উদ্যোগ।অধ্যায় ১২।Class 5 Environment Lesson 12 Question and Answer Assam | SCERT Class 5 Environment Chapter 12 Solution |পঞ্চম মান শ্ৰেণীৰ পৰিৱেশৰ অধ্যায় ১২ উদ্যোগ নামৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ।

অনুশীলনী

১) চমু উত্তৰ লিখাঁ

ক) কেঁচামাল বুলিলে কি বুজা ?

উত্তৰঃ-

খ) উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়ত আৰু পৰিবহন ব্যৱস্থাৰ কিয় প্ৰয়োজন?

উত্তৰঃ-

গ)উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্ৰয়োজন লিখাঁ ?

উত্তৰঃ-

ঘ)লো-তীখা উদ্যোগৰ বাবে কি কি কেচাঁমালৰ প্ৰয়োজন?

উত্তৰঃ-

ঙ) পাটৰ কোপোৰ কেনেদৰে তৈয়াৰ কৰা হয় ?

উত্তৰঃ-

)খালী ঠাই পূৰ কৰা-

ক) মুম্বাই ভাৰতৰ আধুনিক________________ উদ্যোগৰ প্ৰথম কেন্দ্ৰ।

খ) কাগজ উদ্যোগৰ প্ৰধান কেছামাল হল ________________ ।

গ)উদ্যোগত উৎপন্ন হোৱা উৎপাদিত সামগ্ৰীৰ চাহিদা দেশ-বিদেশৰ বজাৰত থাকিব লাগিব ।

ঘ)মুম্বাইৰ পিছত গুজৰাট ভাৰতৰ এটা উল্লেখযোগ্য কপাহী বস্ত্ৰ উৎপাদন কেন্দ্ৰ।

৪)ক অংশৰ লগত খ অংশ মিলোৱা

তেল শোধনাগাৰ
গেছ প্লাণ্ট
কাগজ উদ্যোগ
মৰাপাট উদ্যোগ
সাৰ উদ্যোগ
কঁঠালগুৰি
নামৰুপ
শিলঘাট
নুমলীঘাট
জাগীৰোড

৫) পৰ্যাপ্ত পৰিমানে কেচাঁমাল মজুত নাথাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে সেই বিষয়ে এখন দেশৰ উদ্যোগ গঢ়ি উঠিব পাৰে সেই বিষয়ে এখন দেশৰ উদাহৰন দি বুজাই লিখাঁ ।

উত্তৰঃ-

৬) অসমত বেছিকৈ বৃহৎ উদ্যোগ গঢ়ি উঠা নাই কাৰনসমূহ বুজাই লিখাঁ।

উত্তৰঃ-

৭) উদ্যোগ বুলিলে কি বুজা?ভাৰতৰ চাৰিটা বৃহৎ উদ্যোগৰ নাম লিখাঁ ।

উত্তৰঃ-

৮)চমু টোকা লিখাঁ-

চেনি উদ্যোগ,কাগজ উদ্যোগ,কাপাহী বস্ত্ৰ উদ্যোগ,ৰেচম উদ্যোগ,লো-তীখা উদ্যোগ।

Type-Arup koch