যাতায়ত।অধ্যায় ১১।Class 5 Environment Lesson 11 Question and Answer Assam | SCERT Class 5 Environment Chapter 11 Solution |পঞ্চম মান শ্ৰেণীৰ পৰিৱেশৰ অধ্যায় ১১ যাতায়ত নামৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ।

অনুশীলনী

১)উত্তৰ লিখাঁ-

ক)যাতায়ত বুলিলে কি বুজা ?

উত্তৰঃ-

খ) চকাৰ আৱিস্কাৰ হোৱাৰ আগতে মানুহে বয়-বস্তু কেনেকৈ কঢ়িয়াইছিল?

উত্তৰঃ-

গ) উন্নত যাতায়ত ব্যৱস্থা কিয় প্ৰয়োজন ?

উত্তৰঃ-

ঘ) পৰিবহন ব্যৱস্থা বুলিলে কি বূুজা ?

উত্তৰঃ-

ঙ) ভাৰতবৰ্ষত কি কি পৰিবহন ব্যৱস্থা আছে ?

উত্তৰঃ-

২)ক অংশৰ লগত খ অংশ মিলোৱা-

ৰেলপথত চলা বাহন
আলিবাটত চলা বাহন
আকাশত চলা বাহন
পানীত চলা বাহন
উৰাজাহাজ,হেলিকপ্টাৰ
নাওঁ,ছাবমেৰিন
ৰেলগাড়ী,ট্ৰাম বাছ
ৰিক্সা,চাইকেল,ট্ৰাক

) খালী ঠাই পূৰ কৰা-

ক)অসমৰ প্ৰথম ৰেলপ্ৰথমটো আছিল ___________ৰেলপথ।

খ) ভাৰতবৰ্ষত ___________ চনত প্ৰথম ৰেলপথ চৰকাৰীভাৱে মুকলি কৰা হয়।

গ)অসমত বৰ্তমান প্ৰায় ___________ কিঃমিঃ পথ নিৰ্মান কৰা হৈছে।

ঘ) ব্ৰক্ষ্ৰপুত্ৰ নদীৰ পাৰত অৱস্থিত দুটা জাহাজঘাট হ’ল ___________ আৰু ___________ ।

ঙ)গুৱাহাটী আৰু দিল্লীৰ মাজত ___________ চনৰ পৰা বিমান চলাচল আৰম্ভ হয়।

৪) চমু টোকা লিথাঁ ।

ক)জল পৰিবহন খ)ৰেল পৰিবহন গ) ৰচী পৰিবহণ ঘ)আকাশী পথ পৰিবহন

)তলৰ অশুদ্ধ বাক্য কেইটা শুদ্ধ কৰি লিখাঁ-

ক)বৰ্তমানলৈকে মেঘালয় আৰু ছিকিমত ৰেলপথৰ ব্যৱস্থা হোৱা নাই।

খ) অসমৰ পথসমূহক ৰাষ্ট্ৰীয় ঘাইপথ,জিলা গড়াকাপ্তানি পথ,জিলা আৰু পঞ্চায়ত পথত ভাগ কৰিব পাৰি ।

গ) জল পৰিবহন ব্যৱস্থা বৰ ব্যয়বহুল।

ঘ)অসমৰ বিমান বন্দৰৰ পৰা বিদেশলৈ যাবলৈ বিমান সেৱা ব্যৱস্থা আছে।

ঙ)ভাৰতত ৰচী পৰিবহন ব্যৱস্থা আছে।

Type-Arup Koch