স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা।অধ্যায় ১৪।Class 5 Environment Lesson 14 Question and Answer Assam | SCERT Class 5 Environment Chapter 14 Solution |পঞ্চম মান শ্ৰেণীৰ পৰিৱেশৰ অধ্যায় ১৪ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা নামৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ।

অনুশীলনী

১) উত্তৰ লিখাঁ-

ক) ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল ?

উত্তৰঃ-

খ) ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলিলে কোনটো বিদ্ৰোহক জনা যায়?

উত্তৰঃ-

গ) অসমত হোৱা চিপাহী বিদ্ৰোহত বৃটিছৰ গুৰি ধৰোঁতা ব্যক্তিগৰাকী কোন আছিল ?

উত্তৰঃ-

ঘ) কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা অসমৰ শাসনভাৰ বৃটিছ চৰকাৰে লয়?

উত্তৰঃ-

ঙ) পথৰুঘাটত হোৱা কৃষক বিদ্ৰোহত বৃটিছৰ গুলীত কেইগৰাকী ব্যক্তি ছহিদ হৈছিল ?

উত্তৰঃ-

২) খালী ঠাই পূৰ কৰা-

ক) খাজনা বৃদ্ধিৰ প্ৰতিবাদত অসমৰ কৃষকসকলে _________________বিদ্ৰোহ কৰিছিল।

খ) ________________ নেতৃত্বত সমগ্ৰ ভাৰতত অহিংস গণতান্ত্ৰিক আন্দোলন আৰম্ভ হৈছিল।

গ) ১৮২৬ চনত বৃটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম অসমীয়া ব্যক্তি আছিল ________________ আৰু ________________ ।

ঘ) ________________ চনত পিয়লীি ফুকনে ইংৰাজক অসমৰ পৰা খেদিবলৈ বিদ্ৰোহ কৰিছিল।

৩)ক অংশৰ লগত খ অংশ মিলোৱা।

‘ক’‘খ’
ইয়াণ্ডাবু সন্ধি
আইন অমান্য় আন্দোলন
অসহযোগ আন্দোলন
চিপাহী বিদ্ৰোহ
ভাৰত ত্যাগ আন্দোলন
১৯৩০-৩২চনত
১৯২০-২১ চনত
১৮২৬চনত
১৯৪২ চনত
১৮৫৭ চনত

৪) শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা-

ক) স্বাধীন হোৱাৰ আগতে ভাৰতবৰ্ষ ফৰাছী /পৰ্তুগীজ/ইংৰাজৰ অধীনত আছিল।

খ) ভাৰতবৰ্ষ ১৯৪৭/১৯৪৪/১৯৪৫ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীন হয়।

গ) ১৮৬১/১৮৯৪/১৯৪২ চনত ইংৰাজ সকলে আইন কৰি আফু খেতি বন্ধ কৰিছিল।

ঘ) আহোম ৰজাসকলে ২০০/৬০০/৪০০ বছৰ ৰাজত্ব কৰিছিল।

৫) চমু টোকা লিখা।-

ক) পথৰুঘাটৰ ৰণ খ)ৰঙিয়াৰ ৰাইজ মেল গ)ফুলগুৰিৰ ধেৱা

Type-Arup Koch