বৰগীত (উঠ ৰে উঠ বাপু গোপাল হে) | Class 12 Assamese Unit 2 Lesson 1 Question and Answer | Higher Secondary 2nd Year Assamese Unit 2 Chapter 1 Solution | HS 2nd Year Assamese Unit 2 Lesson 1 Important Answer | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া পাঠ্যপুথি অধ্যায় ১ বৰগীত পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

বৰগীত  

(উঠ ৰে উঠ বাপু গোপাল হে)


(ক) অতি চমু প্ৰশ্নঃ

১। মাধৱদেৱৰ জন্ম ক’ত হৈছিল ?

উত্তৰঃ

২। শংকৰদেৱ  আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় ?

উত্তৰঃ

৩। কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয় ?

উত্তৰঃ

৪। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?

উত্তৰঃ

৫। ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কি ৰাগত বন্ধা ?

উত্তৰঃ

(খ) চমু প্ৰশ্ন ঃ

১। বৰগীত কাক বোলে ? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি ? ভাগসমূহ উল্লেখ কৰা ।

উত্তৰঃ

২। ড॰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় ‘Noble numbers’ বুলি কৈছে?

উত্তৰঃ 

৩। মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য কি ?

উত্তৰঃ 

৪। ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে ?

উত্তৰঃ

৫। ‘সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে

সো হৰি যশোৱা কোলে।’-সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্রৰূপে  পালে  বুজাই লিখা ।

উত্তৰঃ 

(গ)দীঘল প্ৰশ্ন :

১। মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।

উত্তৰঃ

২। বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্রকাশিত হৈছে বুজাই লিখা

উত্তৰঃ 

৩। বৰগীতটোৰ মাজেৰে শ্রী কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ।উত্তৰঃ 

৪। বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্রকাশ কিদৰে ঘটিছে আলোচনা কৰা ।

উত্তৰঃ

৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা 

ত্রিজগত পতি  ভকতি মিলিল 

মূৰুখ মাধৱে বোলে ।
উত্তৰঃ