অসমত প্ৰথম বসবাস কৰা কোনসকল মাতৃ প্ৰধান পৰিয়ালৰ লোক আছিল?

উত্তৰঃ- অসমত প্ৰথম বসবাস কৰা অষ্ট্ৰিকসকল মাতৃ প্ৰধান পৰিয়ালৰ লোক আছিল।