এজন স্বাভাৱিক ব্য়ক্তিৰ মনোযোগৰ পৰিসৰ কিমান?

উত্তৰঃ এজন স্বাভাৱিক ব্য়ক্তিয়ে মনেযেগ একাধিক বা কেইবাওটা বিষয়ৰ ওপৰত একে সময়তে একেলগে দিব পাৰে।