এতিয়ালৈকে আৱিষ্কাৰ হোৱা সকলোতকৈ পুৰণি অল্ডোৱান সংস্কৃতিৰ চিহ্ন ক’ত পোৱা গৈছে ?

উত্তৰঃ এতিয়ালৈকে আৱিষ্কাৰ হোৱা সকলোতকৈ পুৰণি অল্ডোৱান সংস্কৃতিৰ চিহ্ন ইথিওপিয়াৰ গোনাত পোৱা গৈছে ।