কামৰূপৰ প্ৰায় প্ৰতিজন ৰজাই কি দান কৰিছিল?

উত্তৰঃ- কামৰূপৰ প্ৰায় প্ৰতিজন ৰজাই ভূমিদান কৰিছিল।