কামৰূপৰ ৰজাসকলেও কি কি যজ্ঞ শাস্ত্ৰৰ ৰাতিমতে সমাধান কৰিছিল?

উত্তৰঃ- কামৰূপৰ ৰজাসকলেও অভিষেক, অশ্বমেধ আৰু আন ব্ৰাহ্মণ্য যজ্ঞ শাস্ত্ৰৰ ৰাতিমতে সমাধান কৰিছিল।