কালিকাপুৰাণত শৈৱ ধৰ্মৰ কিমান খন স্থানৰ উল্লেখ কৰা হৈছে?

উত্তৰঃ- কালিকাপুৰাণত শৈৱ ধৰ্মৰ ১৫খন স্থানৰ উল্লেখ কৰা হৈছে।