কাৰ লিপিৰ মতে লৌহিত্য আৰু সিন্ধ নদীয়ে কৈলাস পৰ্বতৰ পৰা প্ৰচুৰ সোণৰ গুৰি কঢ়িয়াই আনিছিল?

উত্তৰঃ- কামৰূপৰ ৰজা বনমালৰ তেজপুৰ ভূমিদানৰ লিপিৰ মতে লৌহিত্য আৰু সিন্ধ নদীয়ে কৈলাস পৰ্বতৰ পৰা প্ৰচুৰ সোণৰ গুৰি কঢ়িয়াই আনিছিল।