কিহে প্ৰমাণ কৰে যে অতীতত অসমত প্ৰসিদ্ধ জ্ঞানী কাৰিকৰ আছিল?

উত্তৰঃ- অসমত উদ্ধাৰ হোৱা ভাষ্কৰ্য্য বা মূৰ্তি সমূহত থকা বিভিন্ন আৰ্হিৰ অলংকাৰে প্ৰমাণ কৰে যে অতীতত অসমত প্ৰসিদ্ধ জ্ঞানী কাৰিকৰ আছিল।