কোনে ৰাজ্যত কামাখ্যাৰ বাহিৰে অন্য দেৱ-দেৱীক পূজা কৰা নিষিদ্ধ কৰিছিল?

উত্তৰঃ- নৰকে ৰাজ্যত কামাখ্যাৰ বাহিৰে অন্য দেৱ-দেৱীক পূজা কৰা নিষিদ্ধ কৰিছিল।