চামাৰাৰ কৃষকসকলে কি কি খেতি কৰিছিল ?

উত্তৰঃ চামাৰাৰ কৃষকসকলে গমধান, বাৰ্লি, যৱধান, মটৰমাহ আদি খেতি কৰিছিল ।