চিকাৰী-সংগ্ৰাহকৰ পৰা খেতিয়ক সমাজকৈ মানুহৰ উত্তৰণক কি বুলি অভিহিত কৰা হয় ?

উত্তৰঃ চিকাৰী-সংগ্ৰাহকৰ পৰা খেতিয়ক সমাজকৈ মানুহৰ উত্তৰণক ‘নৱপ্ৰস্তৰ বিপ্লৱ’ বুলি অভিহিত কৰা হয়।