নিধানপুৰ তামৰ ফলিত উল্লেখ থকা গোত্ৰবোৰ কি কি আছিল?

উত্তৰঃ- নিধানপুৰ তামৰ ফলিত উল্লেখ থকা গোত্ৰবোৰ আছিল- অগ্নিবেশ্য, আলমবায়ন, অশ্বলায়ন, কবেস্তাৰ, কাত্যায়ন, কাশ্যপ, কৃষ্ণাত্ৰেয়, কৌটিল্য, কৌণ্ডিল্য, কৌশিক, গৌতম, পাৰাসৰ, ভৰদ্বাজ, ভাৰ্গৱ, বশিষ্ট, বাৰাহ, শান্দিল্য সৌনক আদি।