নৱপ্ৰস্তৰ যুগত পোৰা মাটিৰ তিনিবিধ পাত্ৰৰ সংস্কৃতি পৰিলক্ষিত হৈছিল । সেইসমূহ কি কি ?

উত্তৰঃ নৱপ্ৰস্তৰ যুগত পোৰা মাটিৰ তিনিবিধ পাত্ৰৰ সংস্কৃতি পৰিলক্ষিত হৈছিল । সেইসমূহ হ’ল- ‘ৰং সনা মটীয়া পাত্ৰ’, ক’লা চিকমিকোৱা পাত্ৰ, জালিকা চাপ পাত্ৰ ।