পাইথাগোৰাছৰ পিছৰ এজন অন্যতম গ্ৰীক দাৰ্শনিক কোন ?

উত্তৰঃ পাইথাগোৰাছৰ পিছৰ এজন অন্যতম গ্ৰীক দাৰ্শনিক হ’ল- ডেম’ক্ৰিটাছ ।