বনমাল বৰ্মাদেৱৰ তেজপুৰ তামৰ ফলিত কি উল্লেখ কৰা হৈছে?

উত্তৰঃ- বনমাল বৰ্মাদেৱৰ তেজপুৰ তামৰ ফলিত উল্লেখ কৰা হৈছে যে শালস্তম্ভ বংশৰ ৰজাসকলৰ ইষ্ট দেৱতা আছিল কামেশ্বৰ মহাগৌৰী।