ব্ৰঞ্জ যুগৰ সভ্যতাৰ এটা প্ৰধান বৈশিষ্ট্য কি ?

উত্তৰঃ ব্ৰঞ্জ যুগৰ সভ্যতাৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল- চহৰৰ বিকাশ সাধন হোৱা ।