ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ কিহৰ বাবে ব্য়ৱহাৰ কৰা হৈছিল?

উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ যাতায়তৰ বাবে ব্য়ৱহাৰ কৰা হৈছিল।