ভূমিদানৰ ফলিৰ পৰা কি জনা যায়?

উত্তৰঃ- ভূমিদানৰ ফলিৰ পৰা জনা যায় যে অসমত কৈবৰ্ত নামৰ বিশেষ শ্ৰেণী আছিল যাৰ প্ৰধান বৃত্তি আছিল মাছমৰা।