মধ্যপ্ৰস্তৰ যুগৰ মানৱসকলে কি ব্যৱহাৰ কৰি এবিধ পাচি তৈয়াৰ কৰিবলৈ শিকিছিল ?

উত্তৰঃ মধ্যপ্ৰস্তৰ যুগৰ মানৱসকলে গছৰ পাতল ডাল ব্যৱহাৰ কৰি এবিধ পাচি তৈয়াৰ কৰিবলৈ শিকিছিল ।