মাধ্য়মিক শিক্ষা আয়োগে নিৰ্ধাৰণ কৰা শিক্ষাৰ লক্ষ্য়বোৰ কি কি আছিল লিখা।

উত্তৰঃ মাধ্য়মিক শিক্ষা আয়োগ নিৰ্ধাৰণ কৰা শিক্ষাৰ লক্ষ্য় হ’ল পাঁচটা। সেই কেইটা হ’ল ___

(ক) ব্য়ক্তিত্বপূৰ্ণ বিকাশ সাধন

(খ) নেতৃত্বৰ প্ৰশিক্ষণ।

(গ) চৰিত্ৰ গঠনৰ শিক্ষা

(ঘ) বৃত্তিমূলক দক্ষতাৰ বাবে শিক্ষা।