মানুহে প্ৰথম ঘৰচীয়া কৰিবলৈ সমৰ্থ হোৱা জন্তু কি আছিল ?

উত্তৰঃ কুকুৰ আৰু ছাগলী আছিল মানুহে প্ৰথম ঘৰচীয়া কৰিবলৈ সমৰ্থ হোৱা জন্তু ।