মোউষ্টেৰিয়ান সংস্কৃতিৰ অৱেশষ ক’ত ক’ত পোৱা যায় ?

উত্তৰঃ মোউষ্টেৰিয়ান সংস্কৃতিৰ অৱেশষ উত্তৰ-পশ্চিম আফ্ৰিকা, দক্ষিণ আফ্ৰিকা, চিৰিয়া, আফগানিস্তান, মধ্য ইৰান, স্পেইন, জিব্ৰাল্টাৰ, উজবেকিস্তান, তুৰ্কমেনিস্তা, চাইবেৰিয়া, ইজৰাইল, ইংলেণ্ড আৰু ভাৰতত পোৱা গৈছে ।