যোগিনীতন্ত্ৰত উল্লেখ কৰা শাক পাচলিৰবোৰ কি কি আছিল?

উত্তৰঃ- যোগিনীতন্ত্ৰত উল্লেখ কৰা শাক পাচলিৰবোৰ আছিল মূলা, পালেং, চুকা, লফা, ঢেকীয়া আদি।