লেভাল্লোইচিয়ানক কেইটা স্তৰত ভাগ কৰিব পাৰি। আৰু কি কি ?

উত্তৰঃ লেভাল্লোইচিয়ানক কেইটা স্তৰত ভাগ কৰিব পাৰি । সেইকেইটা হ’ল- (১) আদি লেভাল্লোইচিয়ান, (২) মধ্য লেভাল্লোইচিয়ান,(৩) উচ্চ লেভাল্লোইচিয়ান, (৪) শেষ লেভাল্লোইচিয়ান ।