শীতল যুদ্ধৰ যুগ | অধ্যায় ১ | Class 12 Political Science Lesson 1 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 1 Important Answer Assam | HS 2nd Year Political Science Chapter 1 Common Answer | Higher Secondary 2nd Year Political Science Lesson 1 Notes and Suggestion |

শীতল যুদ্ধৰ যুগ

প্ৰশ্নাৱলীঃ 

১। শীতল যুদ্ধ সম্পৰ্কে তলত উল্লেখ কৰা কোনটো বাক্য অশুদ্ধ ? 

•তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখাঁঃ

১) শীতল যুদ্ধ সম্বন্ধে উল্লেখ কৰা কোনটো বাক্য অশুদ্ধ ?

(ক) শীতল যুদ্ধ হ’ল  আমেৰিকা আৰু  ছোভিয়েট ইউনিয়ন আৰু  তেওঁলোকৰ মিত্ৰজোঁটৰ মাজত হোৱা প্ৰতিযোগিতা ।

(খ) এইটো অতি ক্ষমতাশালী শক্তিৰ মাজত হোৱা আদৰ্শৰ যুদ্ধ ।

(গ) এইটো হ’ল বন্দুকৰ টিপকল লোৱা  অস্ত্ৰ-শস্ত্ৰৰ দৌৰ ।

(ঘ) আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজৰ প্ৰত্যক্ষ যুদ্ধ।

উত্তৰঃ

২। তলত উল্লেখ কৰা কোনেটো বাক্যই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ উদ্দেশ্য প্ৰতিফলিত নকৰে ?

(ক) নতুন উপনিৱেশকতাৰ পৰা মুক্ত ৰাষ্ট্ৰবোৰক স্বাধীন নীতি অনুসৰণ কৰিবলৈ সমৰ্থন কৰে।

(খ) কোনো সামৰিক মৈত্ৰীবন্ধনত যোগদান নকৰিব।

(গ) গোলকীকৰণ বিষয়ত নিৰপেক্ষ নীতি অনুসৰণ কৰা।

(ঘ) গোলকীয় অৰ্থনৈতিক অসমতাক পোহৰলৈ আনি নিঃশেষ কৰা।

উত্তৰঃ

৩। তলত দিয়া বাক্যবোৰ শুদ্ধ নে অশুদ্ধ চিহ্নত কৰাঃ

(ক) মিত্ৰজোঁটৰ সদস্য ৰাষ্ট্ৰবোৰে নিজৰ নিজৰ ৰাষ্ট্ৰৰ মাটিত বৃহৎ শক্তিবোৰক ঘাটি স্থাপনৰ সুবিধা দিব লাগিব । 

উত্তৰঃ

(খ) যেতিয়া কোনো সদস্য ৰাষ্ট্ৰই আন কোনো ৰাষ্ট্ৰক আক্ৰমণ কৰে তেতিয়া ইয়াক সকলো সদস্য ৰাষ্ট্ৰৰ ওপৰত হোৱা আক্ৰমণ বুলি ধৰিব লাগিব।

উত্তৰঃ

(গ) বৃহৎ শক্তিয়ে সকলো সদস্য ৰাষ্ট্ৰক তেওঁলোক সকলোকে আণৱিক অস্ত্ৰ গঢ়াত সহায় কৰিব।

উত্তৰঃ

৪। তলত দেশ কেইখনমানৰ  তালিকা আছে। শীতল যুদ্ধৰ সময়ত এইবোৰে কোনেটো  গোষ্ঠীত যোগদান কৰিছিল চিহ্নিত কৰা ঃ

(ক) পোলেণ্ড     

(খ) ফ্ৰান্স      

(গ) জাপান      

(ঘ) নাইজেৰিয়া     

(ঙ) উত্তৰ কোৰিয়া         

(চ) শ্ৰীলংকা

উত্তৰঃ 

৫। শীতল যুদ্ধই অস্ত্ৰৰ প্ৰচলন আৰু অস্ত্ৰ নিয়ন্ত্ৰণ দুয়োটা কামেই কৰিছিল । এই দুয়োটাৰ বিকাশৰ কাৰণ কি?

উত্তৰঃ

৬। বৃহৎ শক্তিসমূহে সৰু সৰু ৰাষ্ট্ৰবিলাকৰ লগত মৈত্ৰী জোঁটবন্ধন কৰিছিল- তিনিটা কাৰণ দৰ্শোৱা।

উত্তৰঃ

৭। বহু সময়ত এইটো কোৱা হয় যে শীতল যুদ্ধ সাধাৰণভাৱে শক্তি আহৰণৰ যুদ্ধ, আদৰ্শই ইয়াত কৰিব লগা একো নাই । তুমি এই  বিষয়ত একমত নে? তোমাৰ সমৰ্থনত এটা যুক্তি দিয়া।

উত্তৰঃ

৮। শীতল যুদ্ধৰ যুগত আমেৰিকা আৰু ৰাছিয়াৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি কেনে আছিল? এই নীতিয়ে ভাৰতৰ স্বাৰ্থ ৰক্ষাত সহায় কৰিছিল নে?

উত্তৰঃ

৯। গোষ্ঠীনিৰপেক্ষ আন্দোলনক এতিয়া অ-প্ৰাসংগিক বুলি ভাবা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।

উত্তৰঃ

 আৰ্হি প্ৰশ্নাৱলী 

ৰচনাধৰ্মী প্ৰশ্নঃ 

১। শীতল যুদ্ধৰ যুগত ভাৰতৰ স্থিতি কেনেধৰণৰ আছিল ? আলোচনা কৰা । 

উত্তৰঃ

২। শীতল যুদ্ধৰ উৎপত্তি আৰু কাৰণবিলাক আলোচনা কৰা ।

উত্তৰঃ

৩। শীতল যুদ্ধৰ উৎপত্তি ব্যাখ্যা কৰা । ই অপৰিহাৰ্য আছিলনে?

উত্তৰঃ

৩। শীতল যুদ্ধৰ সময়ত ঘটা বিভিন্ন ঘটনাৱলী আলোচনা কৰা।

উত্তৰঃ

৫।  শীতল যুদ্ধৰ প্ৰতি ভাৰতৰ ধাৰণা কেনে আছিল ?গোষ্ঠীনিৰপেক্ষতাই ভাৰতৰ স্বাৰ্থ পূৰণ কৰিছিল নে?

উত্তৰ:-

৬। শীতল যুদ্ধৰ যুগত গোষ্ঠীনিৰপেক্ষ (NAM)-ৰ ভূমিকা আলোচনা কৰা । শীতল যুদ্ধোত্তৰ যুগত গোষ্ঠনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা থকা বুলি ভাৱানে ? তোমৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা । 

উত্তৰ ঃ 

৭। গোষ্ঠীনিৰপেক্ষ আন্দোলনত ভাৰতৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ

৮। শীতল যুদ্ধৰ পিছত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ ভূমিকা আলোচনা কৰা ।

উত্তৰঃ 

৯। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ অৱস্হিতিত ভাৰতৰ ভূমিকা মূল্যায়ন কৰা।

উত্তৰঃ

ইয়াৰ  পৰা আমি দেখা পালো যে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ অৱস্থিতত ভাৰতে ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ ।

১০। ১৯৭০ চনৰ নতুন আন্তৰ্জাতিক অৰ্থনৈতিক অৰ্ডাৰ মূল্যায়ন কৰা ।

উত্তৰঃ

১১। নতুন আন্তৰ্জাতিক অৰ্থনৈতিক অৰ্ডাৰ মানে কি বুজা? ইয়াৰ প্ৰধান বিষয়-বস্ত কি?

উত্তৰঃ

১২। শীতল যুদ্ধৰ যুগত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ (NAM) নেতা হিচাপে ভাৰতৰ ভূমিকা আলোচনা কৰা ।

উত্তৰঃ

  চমুটোকাঃ 

১। শীতল যুদ্ধৰ অৰ্থ ব্যাখ্যা কৰা ৰা।

উত্তৰঃ

২। শীতল যুদ্ধৰ দুটা সংজ্ঞা দিয়া। 

উত্তৰঃ

৩) মাৰ্ছাল আঁচনিৰ ওপৰত এটা টোকা লিখা।

উত্তৰ:-

৪। নিৰপেক্ষতা আৰু গোষ্ঠীনিৰপেক্ষতাৰ মাজৰ চাৰিটা পাৰ্থক্য লিখা ।

উত্তৰঃ 

৫। শীতল যুদ্ধৰ চাৰিটা কাৰণ লিখা ।

উত্তৰ:-

৬। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ চাৰিগৰাকী নিৰ্মাতাৰ নাম লিখা । 

উত্তৰ ঃ

৭। প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সম্মিলন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল ? 

উত্তৰ ঃ 

৮। বাণ্ডুং বৈঠক কি? ইয়াৰ ফলাফলসমূহ কি?

উত্তৰ:-

৯। শীতল যুদ্ধত নেহেৰুৰ ভূমিকা আলোচনা কৰা ।

উত্তৰঃ

১০। চাৰিটা বাস্তৱিকতা উল্লেখ কৰা যিয়ে শীতল যুদ্ধৰ পিছত বিশ্ব ৰাজনীতিত পৰিৱৰ্তন আনিছিল ।

উত্তৰ:-

১১। তিনিটা কাৰণ দৰ্শোৱা- কিয় গোষ্ঠীনিৰপেক্ষ দেশসমূহ কম উন্নত?

উত্তৰঃ

১২। গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্ৰবিলাক বিভিন্ন জাতীয় হোৱাৰ ওপৰত চমুকৈ লিখা ।

উত্তৰঃ

১৩। আন্তৰ্জাতিক অৰ্থনৈতিক অৰ্ডাৰৰ চাৰিটা মূলনীতি ব্যাখ্যা কৰা ।

উত্তৰঃ

১৪। শীতল যুদ্ধকালীন সময়ছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলন (NAM) ৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ

১৫।  নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ

১৬। গৌষ্ঠী-নিৰপেক্ষ আন্দোলন (NAM) -ৰ সফলতা সম্পৰ্কে এটা টোকা লিখা । 

উত্তৰঃ 

১৭। নৱ্য আন্তৰ্জাতিক অৰ্থনৈতিক ব্যৱস্থাৰ সমালোচনাত্মক আলোচনা কৰা । 

উত্তৰঃ 

 অতি চমু উত্তৰৰ প্ৰশ্নঃ- 

১) SEATO ৰ সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰঃ

২) দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আৱিৰ্ভাৱ হোৱা বৃহৎ শক্তি দুটাৰ নাম লিখা । 

উত্তৰঃ

৩) কোনখন ৰাষ্টৰ পতনক ”দ্বিতীয় বিশ্ব”ৰ পতন হিচাপে জনা যায় ? 

উত্তৰঃ 

৪) শীতল যুদ্ধ কি? নাইবা, শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? 

উত্তৰ:-

৫) শীতল যুদ্ধৰ দুখন ক্ষেত্ৰ উল্লেখ কৰা।

উত্তৰঃ

৬) ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰে শীতল যুদ্ধৰ লগত চুক্তিবদ্ধৰ দুটা কাৰণ লিখা।

উত্তৰঃ

৭। দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা?

উত্তৰঃ

৮। NIEO-ৰ সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰ ঃ 

৯।  NATO ৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ

১০। CENTO মানে কি বুজা?

উত্তৰঃ

১১। WARSAW চুক্তি অতি চমুকৈ লিখা । 

উত্তৰঃ-

১২। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ ওপৰত চমুকৈ লিখা ।

উত্তৰঃ

১৩। শীতল যুদ্ধৰ সময়ত ছোভিয়েট গোষ্ঠীৰ লগত যোগদান কৰা দুখন ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ

১৪। NIEO-ৰ অৰ্থ বুজাই লিখা ।

উত্তৰ:-

১৫। একপক্ষীয় বিশ্বত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা কি?

উত্তৰঃ

১৬। দ্বি-খণ্ডিত বিশ্বৰ সমাপ্তিৰ পিছত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা কি?

উত্তৰঃ

১৭। শীতল যুদ্ধত মুখামুখি হোৱা দুটা শক্তিশালী গোষ্ঠীৰ নাম লিখা।

উত্তৰঃ

১৮। ‘দ্বিতীয় বিশ্ব’ মানে কি বুজা?

উত্তৰ:-‘

১৯। শীতল যুদ্ধৰ সময়ত অতি শক্তিশালী ৰাষ্ট্ৰবিলাকে সৰু সৰু জাতিবিলাকক নিজৰ নিয়ন্ত্ৰণত ৰখাৰ কাৰণে কিয় যত্ন কৰিছিল ?

উত্তৰঃ-

২০) মাৰ্ছাল আঁচনিয়ে কি বুজায় লিখা।

উত্তৰঃ

২১।  SAARC (ছাৰ্ক)ৰ-সম্পূৰ্ণ অৰ্থ লিখা ।

উত্তৰঃ

২২)  শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা ।

উত্তৰঃ

২৩। শীতল যুদ্ধৰ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰেও উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো কি আছিল ?

উত্তৰঃ 

 বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰ লিখাঃ

১। AXIS Powers (অক্ষীয় শক্তি) ৰ এখন ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ

২। Allied (মিত্ৰ) শক্তিৰ এখন প্ৰধান ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ 

৩। শীতল যুদ্ধক কোনে “ Long twilight struggle” যুদ্ধ বুলি কৈছিল?

উত্তৰঃ

৪। কোন চনত দক্ষিণ-পূব এছিয়াৰ চুক্তি সংগঠনৰ প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ

৫। কোন চনত কেন্দ্ৰীয় চুক্তি সংগঠন প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ

৬। ভাৰতে কিয় নাটোত (NATO) যোগদান কৰা নাছিল?

উত্তৰঃ

৭। কোন চনত ৰাছিয়াই হাঙ্গেৰীত হস্তক্ষেপ কৰিছিল?

উত্তৰঃ

৮। শীতল যুদ্ধত অংশগ্ৰহণ কৰা এটা বৃহৎ শক্তিৰ নাম লিখা ।

উত্তৰঃ

৯। কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰঃ

১০। “বাগদাদ চুক্তি” কোন চনত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ

১১। কিউবা ক্ষেপণাস্ত্ৰ সংকট  ———- চনত হৈছিল । ( খালী ঠাই পূৰ কৰা ।) 

উত্তৰঃ

 শুদ্ধ নে অশুদ্ধ লিখাঃ

১। শীতল যুদ্ধ ৰাছিয়া আৰু আমেৰিকাৰ মাজত সংঘটিত হৈছিল।

উত্তৰঃ

২। শীতল যুদ্ধক নেহৰুৱে “long twilight struggle” আখ্যা দিছিল।

উত্তৰঃ

৩। গোষ্ঠীনিৰপেক্ষ আন্দোলনত আমেৰিকাই সক্ৰিয় অংশগ্ৰহণ কৰিছিল ।

উত্তৰঃ

৪। শীতল যুদ্ধৰ সময়ত ৰোমানিয়াই ছোভিয়েট গোষ্ঠীত যোগদান কৰিছিল ।।

উত্তৰঃ-

৫। ভাৰত নাটোৰ সক্ৰিয় সদস্য আছিল।

উত্তৰঃ

 শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

১। তলত উল্লেখ কৰা কোনখন দেশ NATO ৰ সদস্য নহয়-

(ক) আমেৰিকা (খ) হলেণ্ড (গ) ফ্ৰান্স (ঘ) ইটালি

উত্তৰ:-

২। তলত উল্লেখ কৰা কোনখন দেশ SEATO ৰ সদস্য নহয়-

(ক) ছোভিয়েট ৰাছিয়া 

(খ) নিউজিলেণ্ড 

(গ) পাকিস্তান 

(ঘ) অষ্ট্ৰেলিয়া

উত্তৰঃ

৩। নাটো প্ৰতিষ্ঠা কৰা হৈছিল-

(ক) ১৯৫০ চনত 

(খ) ১৯৫৯ চনত 

(গ) ১৯৬০ চনত 

(ঘ) ১৯৪৯ চনত

উত্তৰ:-

৪। তলত উল্লেখ কৰা কোনজনে শীতল যুদ্ধক “long twilight struggle” বুলি অভিহিত কৰিছিল-

(ক) ৰাষ্ট্ৰপতি ওৱাশ্বিংটনে 

(খ) ৰাষ্ট্ৰপতি ৰুজভেল্টে 

(গ) ৰাষ্ট্ৰপতি কেনেডিয়ে 

(ঘ) ৰাষ্ট্ৰপতি ট্ৰুমেনে ।

উত্তৰ:- 

৫। ছোভিয়েট ৰাছিয়াৰ ভাঙোন ঘটিছিল-

(ক) ১৯৯১ চনত (খ) ১৯৯২ চনত (গ) ১৯৯৩ চনত (ঘ) ১৯৯৪ চনত

উত্তৰ:-

৬। পশ্চিমীয়া মৈত্ৰীবন্ধনৰ কোনখন ৰাষ্ট্ৰ সদস্য হোৱা নাছিল-

(ক) গ্ৰেট ব্ৰিটেইন 

(খ) ফ্ৰান্স 

(গ) ইটালি 

(ঘ) ছোভিয়েট ৰাছিয়া

উত্তৰ:-