স্মৃতি চিহ্নৰ ভাগ কেইটাই কি কি ইঙ্গিত দিছে?

উত্তৰঃ- ডবাকৃতিৰ চিহ্নটোৱে পুৰুষাঙ্গ, ওৱাই (Y) আকৃতিটোৱে স্ত্ৰীঅঙ্গ আৰু ম’হৰ শিঙৰ আকৃতিটোৱে জন্তু বলিদান কৰাৰ ইঙ্গিত দিয়ে।