অগতানুগতিক শিক্ষা অনুষ্ঠানকেন্দ্ৰিক হয়নে?

উত্তৰঃ অগতানুগতিক শিক্ষা অনুষ্ঠানকেন্দ্ৰিক বা বিদ্য়ালয়ৰ চাৰিসীমাত আৱদ্ধ নহয়।