অতীত অসমৰ বিভিন্ন জীৱ জন্তুৰ নাম ক’ত উল্লেখ কৰিছে?

উত্তৰঃ- অতীত অসমৰ বিভিন্ন জীৱ জন্তুৰ নাম যোগিনী তন্ত্ৰত উল্লেখ কৰিছে।