অতীত কালৰে পৰা কামৰূপৰ এটা জনপ্ৰিয় ধৰ্ম কি আছিল?

উত্তৰঃ- অতীত কালৰে পৰা কামৰূপৰ এটা জনপ্ৰিয় ধৰ্ম আছিল শৈৱ ধৰ্ম।