অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল | অধ্যায় ৪ | Class 12 Political Science Lesson 4 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 4 Common Answer | HS 2nd Year Political Science Lesson 4 Important Answer Assam | HS 2nd Year Political Science Chapter 4 Solution | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান অধ্যায় ৪ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল

১। সময়ানুক্রমিকভাৱে তলত উল্লেখ কৰাবােৰ সজোৱা ।

 ( ক ) চীনৰ বিশ্ব বাণিজ্য সংস্থাত যােগদান

 ( খ ) ইউৰােপীয় অর্থনৈতিক গােষ্ঠী ( EEC )

 ( গ ) ইউৰােপীয় সংঘ ( EU )

 ( ঘ ) ‘ আছিয়ান ’ আঞ্চলিক মঞ্চ ( ARF ) 

২। “ আছিয়ান ( ASEAN ) ৱে ’ বা এছীয় প্রণালী হ’ল 

 ( ক ) ‘ আছিয়ান ’ সদস্যসকলৰ জীৱনশৈলী ( life style ) ৰ প্রতিফলন, 

 ( খ ) ‘ আছিয়ান ’ সদস্যসকলৰ মাজত হােৱা একধৰণৰ আনুষ্ঠানিক আৰু সহযােগিতাৰ বার্তালাপ 

( গ ) ‘ আছিয়ান ’ সদস্যসকলে অনুসৰণ কৰা প্ৰতিৰক্ষা নীতি,

 ( ঘ ) ‘ আছিয়ান ’ সদস্যসকলক সংযােগ কৰা পথ ।

 ৩ | তলত দিয়াবিলাকৰ ভিতৰত কোনে ‘ মুক্ত দুৱাৰ ‘ ( Open Door ) নীৰ্তি গ্ৰহণ কৰিছিল-

 ( ক ) চীন ,

 ( খ ) ইউৰােপীয় সংঘ 

( ঘ ) আমেৰিকা যুক্তৰাষ্ট্র 

( গ ) জাপান

৪। খালী ঠাই পূৰণ কৰা ?

 ( ক ) চীন আৰু ভাৰতৰ ১৯৬২ চনত সংঘাতৰ সৃষ্টি হৈছিল বিশেষকৈ                   আৰু                     অঞ্চলক লৈ । 

( খ ) আছিয়ান আঞ্চলিক মধ  ( ARE ) প্রতিষ্ঠা হৈছিল                     চনত । 

( গ ) ১৯৭২ চনত চীনে                          ( এখন প্রখ্যাত দেশ ) দ্বিপাক্ষিক সম্বন্ধত সােমাইছি।

 ( ঘ ) ১৯৪৮ চনত                            পৰিকল্পনা ( Plan ) য়ে ইউৰােপীয় অর্থনৈতিক সহযােগিত বাবে এটা সংগঠন প্রতিষ্ঠা কৰাত প্ৰভাৱ বিস্তাৰ কৰিছিল । 

(ঙ)                          হ’ল ‘ এছিয়ান’ৰ এটা সংগঠন যিয়ে নিৰাপত্তা দিশটো চোৱাচিতা কৰে । 

( চ ) ইউৰােপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম  

৫। আঞ্চলিক সংগঠন প্রতিষ্ঠাৰ উদ্দেশ্য কি?

 ৬। আছিয়ান অন্তর্দৃষ্টি ২০২০ ৰ উপাদানবােৰ কি কি?

 ৭ । আছিয়ান গােষ্ঠীৰ স্তম্ভ ( Pillox ) তিনিটাৰ নাম লিখা আৰু ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যবােৰ বৰ্ণনা কৰা।

 ৮। চীনৰ বৰ্তমানৰ অৰ্থনীতিৰ সৈতে নিয়ন্ত্রিত অর্থনীতি ( Command economy ) ৰ প্রভেদ কি? বৰ্ণনা কৰা।

 ৯। ইউৰােপীয় ৰাষ্ট্রসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পিচৰ সমস্যাবােৰ কেনেদৰে সমাধান কৰিছিল? ইয়াক সমাধানৰ উদ্দেশ্যে ইউৰােপীয় সংগঠন গঠন কৰাৰ প্রচেষ্টাটো বর্ণনা কৰা । 

১০। ইউৰােপীয় সংঘক কিহে এটা প্রতিভাসম্পন্ন আঞ্চলিক সংগঠন হিচাপে গঠন কৰিছে ।

 ১১। ভাৰতবর্ষ আৰু চীনৰ বর্তমান অর্থনৈতিক উত্থানে এক মেৰুৰ বিশ্বৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে । তুমি এই উক্তিটোৰ লগত একমতনে ? তােমাৰ যুক্তিযুক্ততা দিয়া । 

১২৷ ভাৰত আৰু চীনৰ বিবদমান বিষয়বােৰ চিনাক্ত কৰা ইয়াৰ সমাধানৰ বাবে উপায় নিৰূপণ কৰা।

১৩। অর্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পর্কে চমুকৈ আলােচনা কৰা ।

 ১৪। ইউৰােপীয় সংঘৰ প্ৰভাৱৰ দুটা প্রধান ক্ষেত্ৰৰ বিষয়ে লিখা ।

 চমু উত্তৰৰ প্রশ্ন 

১। প্রেমিয়াৰ চৌ এল’লাই আগবঢ়োৱা চাৰিটা আধুনিকীকৰণ ’ প্রস্তাৱ উল্লেখ কৰা । 

২। চমুটোকা লিখা চীনৰ নতুন অর্থনৈতিক নীতি

 ৩। ভাৰত চীনৰ সীমা বিবাদ বর্ণনা কৰা । 

৪। চমুটোকা লিখাঃ ইউৰােপীয় সংঘ 

৫। ইউৰােপীয় সংঘৰ ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিলে চমুকৈ বর্ণনা কৰা ।

 ৬। ইউৰােপীয় ইউনিয়নে সামৰিক ক্ষেত্ৰত বিস্তাৰ কৰা প্ৰভাৱৰ বিষয়ে চমুকৈ বর্ণনা কৰা । 

৭। ইউৰােপীয় ইউনিয়নৰ আচহুৱা আচৰণৰ বিষয়ে চমুকৈ লিখা । 

৮। ‘ আছিয়ান পথ ’ বুলিলে কি বুজা ? 

৯। ‘ আছিয়ান অর্থনৈতিক পৰিষদৰ লক্ষ্য চমুকৈ বর্ণনা কৰা । 

১০। আছিয়ান’ৰ দুটা লক্ষ্য উল্লেখ কৰা ।

১১। ‘ আছিয়ান ’ অন্তদৃষ্টি ২০২০ ৰ লক্ষ্য বর্ণনা কৰা । 

১২। ‘ আছিয়ান ’ নিৰাপত্তা পৰিষদৰ উদ্দেশ্য বর্ণনা কৰা ।

 ১৩। ইউৰােপীয় সংঘ গঠন হােৱাৰ দুটা কাৰণ লিখা ।

অতি চমু উত্তৰৰ প্রশ্নঃ

 ১। তৃতীয় বিকল্প শক্তিৰ কেন্দ্রস্থ বুলি কোনখন দেশক কোৱা হয় । 

২। চীনে কোন চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পর্ক উন্নত কৰাত সিদ্ধান্ত গ্রহণ কৰিছিল । 

৩। কোনে চীনত ‘ মুক্ত দ্বাৰ ’ ( Open Door ) নীতি ঘােষণা কৰিছিল ।

 ৪। মুক্ত দুৱাৰ ’ নীতি বুলিলে তুমি কি বুজা ? 

 ৫। চীনে কোন চনত বিশ্ব বাণিজ্যিক সংস্থা’ত যােগদান কৰিছিল । 

৬। চীন – ভাৰতৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল ?

 ৭। ভাৰতৰ প্ৰধানমন্ত্রী ৰাজীৱ গান্ধীয়ে কোন চনত চীন ভ্রমণ কৰিছিল । 

৮। ইউৰােপীয় সংঘ কোন চনত গঠন হৈছিল ?

৯। ইউৰােপীয় ইউনিয়নে ব্যৱহাৰ কৰা মুদ্ৰাটোৰ নাম কি ? 

১০। আছিয়ান ’ কোন চনত প্রতিষ্ঠিত হৈছিল ? 

১১। আছিয়ান’ৰ এটা লক্ষ্য উল্লেখ কৰা ।

 ১২। ‘ আছিয়ান ’ গােষ্ঠীৰ এটা স্তম্ভৰ নাম লিখা । 

১৩। আছিয়ান আঞ্চলিক মঞ্চ ’ ( ARF ) কোন চনত প্রতিষ্ঠিত হৈছিল ? 

১৪। ASEAN ৰ সম্পূৰ্ণ ৰূপটো লিখা ।

 ১৫। ভাৰত আছিয়ানৰ এখন সদস্য ৰাষ্ট্র ( হয় নে নহয় লিখা )

অতিৰিক্ত সম্ভাৱ্য প্রশ্নাৱলী • 

অতি চমু উত্তৰৰ আদর্শ প্রশ্নঃ ( ১ নম্বৰৰ ) 

১ । মার্শাল পৰিকল্পনা মানে কি?

২ । ইউৰােপিয়ান ইউনিয়নে ব্যৱহাৰ কৰা সমুহীয়া মুদ্ৰাক কি নামেৰে জনা যায় ।

 ৩ | ASEAN ৰ সম্পূর্ণ নামটো কি? 

৪।  বেংকক ঘােষণাপত্র কি?

৫। কোন বছৰত ARF ৰ প্রতিষ্ঠা হৈছিল? 

৬। ভাৰতবর্ষ আছিয়ানৰ সদস্য নহয়নে?

 ৭। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল? 

৮। খােলা দুৱাৰৰ নীতি কি?

 ৯ । ‘ চাৰি আধুনিকীকৰণ বুলিলে কি বুজা?

 ১০। কোন বছৰত প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে চীন ভ্রমণ কৰিছিল?

১১।  কোন বছৰত একক বজাৰৰ সৃষ্টি কৰা হৈছিল?

 ১২। ইউৰােপিয়ান ইউনিয়ন কেতিয়া গঠিত হৈছিল? 

১৩। কোন বছৰত ASEAN আঞ্চলিক মঞ্চ স্থাপন কৰা হৈছিল? 

১৪। চীনে কেতিয়া বিশ্ব বাণিজ্য সংগঠনৰ সদস্য হৈছিল?

 ১৫। মিষ্টিটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?

 ১৬। চীনৰ নিবনুৱা সমস্যাৰ বিষয়ে এটা বাক্য লিখা। 

১৭ । ১৯৫০ চনত তিবৃতৰ ৰাজনৈতিক আৰু ধর্মীয় নেতা কোন আছিল? 

১৮। ১৯৭২ চনত চীনে কোনখন প্রধান ৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক সম্পর্ক স্থাপন কৰিছিল? 

১৯। ইউৰােপীয় সংঘৰ মুঠ সদস্য সংখ্যা কিমান?

 ২০। WTO ৰ সম্পূর্ণ নামটো কি?

চমু উত্তৰৰ আদর্শ প্রশ্ন  ( ২ নম্বৰৰ ) 

১ । ৰাষ্ট্ৰসংঘৰ ইউৰােপীয় সংঘৰ পৰা স্থায়ী সদস্য হােৱা দেশবােৰৰ নাম লিখা ।

২ । ইউৰােপীয় ৰাষ্ট্ৰসমূহৰ মাজত সংহতি প্রতিষ্ঠা কৰাত শীতল যুদ্ধই অৰিহণা যােগাইছিল বুলি তুমি ভাবানে?

৩।  ASEAN ৰ উদ্দেশ্যবােৰ কি কি?

৪।  তুমি ভাবানে যে ইউৰােপীয় সংঘই একজাতি ৰাষ্ট্রৰ দৰে কাম কৰিবলৈ লৈছে? কাৰণ দর্শোৱা । 

৫। খালী ঠাই পূৰণ কৰা । 

মুখ্যতঃ আৰু অঞ্চলক লৈ ১৯৬২ চনত চীন আৰু ভাৰতৰ মাজত সীমা বিবাদ হৈছিল । 

৬। ভাৰতে FTAS তস্বাক্ষৰ কৰা দুই ASEAN সদস্যৰ নাম লিখা । 

৭।  আঞ্চলিক সংগঠন প্রতিষ্ঠা কৰাৰ প্রধান উদ্দেশ্য কি আছিল?

৮।  ইউৰােপীয় সংঘ গঠন হােৱাৰ দুটা কাৰণ উল্লেখ কৰা। 

৯। EW ৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা। 

১১। চীনৰ নতুন অর্থনৈতিক নীতিৰ দুটা অসুবিধা লিখা।

 ১২ । কোনখন দেশে ১৯৯৫ চনৰ জানুৱাৰীত EU ত যােগদান কৰিছিল?

 ১৩। ১৯৯২ চনত কোন আঞ্চলিক সংগঠন গঠিত হৈছিল?

 ১৪। ইউৰােপীয় সংঘৰ দুটা লক্ষ্য লিখা।

 ১৫। বৰ্তমানৰ চীনা অর্থনীতি কিদৰে ব্যৱহাৰিক অর্থনীতিৰ পৰা পৃথক? 

১৬। মস্ত্রিখেট সন্ধিয়ে কি বুজায়?

 ১৭। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰােপত কি প্রধান প্রত্যাহ্বানৰ সৃষ্টি হৈছিল?

১৮। পৰিকল্পনাই চনত ইউৰােপীয় অর্থনৈতিক সহযােগিতা সংগঠন স্থাপনত প্ৰভাৱ বিস্তাৰ কৰিছিল?

 ১৯। আছিয়ান’ৰ দুখন সদস্য ৰাষ্ট্ৰৰনাম লিখা যাৰ সৈতে ভাৰতবৰ্ষইমুক্ত বাণিজ্যৰ ক্ষেত্ৰত স্বাক্ষৰ কৰিছে।

 • চমু উত্তৰৰ আদর্শ প্রশ্নঃ ( ৪ নম্বৰৰ ) 

১ ।‘ সময়ৰ লগে লগে ইউৰােপীয় সংঘ এটা অর্থনৈতিক সংঘৰ পৰা এক বর্ধিত ৰাজনৈতিক সংঘলৈ বিকশি উঠিছে                       ব্যাখ্যা কৰা ।

 ২। চৌ এন লাই চীনত প্রস্তুত কৰা আধুনিকীকৰণৰ প্ৰস্তাৱ চাৰিটা উল্লেখ কৰা।

৩। স্থবিতা আঁতৰাবলৈ চীনে গ্ৰহণ কৰা অর্থনৈতিক নীতিৰ বিষয়ে চমুকৈ আলােচনা কৰা ৷ 

৪। অর্থনৈতিক সংস্কাৰে চীনত প্ৰতিগৰাকী ব্যক্তিকে স্পর্শ কৰিব পাৰিছিল বুলি তুমি ভাবানে? যুক্তি দিয়া। 

 ৫ । আছিয়ান অন্তঃদৃষ্টি ২০২০ ৰ উল্লেখযােগ্য দিশবােৰ কি কি? 

৬। ASEAN ত ভাৰতৰ স্থিতি আৰু মর্যাদাৰ বিষয়ে লিখা। 

৭ । ASEAN আঞ্চলিক মঞ্চৰ ( ARE ) সদস্যসকল কোন? 

৭। ইউৰােপীয় অর্থনৈতিক সম্প্রদায় ( EEC ) গঠন কৰা ৰােমৰ সন্ধিত স্বাক্ষৰ কৰা দেশ ছখনৰ নাম লিখা। 

৮। চীনা ৰাষ্ট্রপতি হু জিনটাও ২০০৬ চনৰ নৱেম্বৰত ভাৰতলৈ আহিছিল। তেওঁৰ ভ্ৰমণকালত স্বাক্ষৰিত চুক্তিসমূহৰ বিষয়ে এটা টোকা লিখা। 

১০। ১৯৬৭ চনত ASEAN প্রতিষ্ঠা কৰা দেশ পাঁচখনৰ নাম লিখা। 

১১। ASEAN সম্প্রদায়টোৰ স্তম্ভৰ নাম আৰু উদ্দেশ্যসমূহ লিখা। 

১২। গােলকীয় স্তৰত চীনা অর্থনীতিক স্বীকৃতি প্রদান কৰা সহায়কাৰী উপাদানবােৰ লিখা । 

১৩। ইউৰােপীয় সংঘ হ’ল এটা অর্থনৈতিক সংঘতকৈ অধিক একজাতি ৰাষ্ট্রহে ‘ — যুক্তিযুক্ততা প্রতিপন্ন কৰা।

 ১৪। ইউৰােপীয় সংঘৰ দক্ষতা সীমিত কৰা বৈষম্যবােৰ কি কি? 

১৫। চীনা অর্থনীতিৰ উত্থান বিশ্বশক্তিৰ প্রতি তৃতীয় বিকল্প হৈ পৰিছিল কিদৰে ? 

১৬। ভৌগােলিক সন্নিকটে আঞ্চলিক সংগঠনৰ গঠনক প্ৰভাৱিত কৰে কিদৰে ?

১৭। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰােপত দেখা দিয়া প্রধান প্রত্যাহ্বানবােৰ কি কি?

 • দীঘলীয়া উত্তৰৰ আদর্শ প্রশ্ন  ঃ ( ৬ নম্বৰৰ ) 

১। আছিয়ান সম্প্রদায় মানে কি ? আছিয়ান সম্প্রদায়ৰ স্তম্ভ তিনিটাৰ বিষয়ে বহলাই আলােচনা কৰা?

২।  ক্ষমতাৰ তিনিটা প্রধান বিকল্প কেন্দ্ৰৰ ভূমিকাৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

৩। ভাৰতবর্ষ আৰু চীনৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা । 

৪।  ASEAN সম্প্রদায় গঠনৰ প্ৰচেষ্টাৰ বিষয়ে চমুকৈ লিখা ।

 ৫ । ভাৰত আৰু চীনৰ মাজৰ বিবদমান বিষয়বােৰৰ নিষ্পত্তিৰ বাবে তােমাৰ পৰামৰ্শ আগবঢ়োৱা ।

৬ । তলত দিয়া শিৰােনামৰ অধীনত ইউৰােপীয় সংঘৰ বিষয়ে এটা টোকা লিখা।

 ( ক ) আৰম্ভণি

 ( খ ) উদ্দেশ্য আৰু লক্ষ্য ।

 ( গ ) তাৎপর্য

৭। ইউৰােপীয় সংঘৰ প্ৰভাৱৰ প্ৰধান ক্ষেত্ৰবোৰ কি কি? বিশদভাৱে আলােচনা কৰা।

৮।  কিহে ইউৰােপীয় সংঘক এক উচ্চ প্রভাৱশালী আঞ্চলিক সংগঠন কৰি তুলিছে?

৯।  EU ৰ ৰাজনৈতিক আৰু কূটনৈতিক প্রভাৱৰ বিষয়ে লিখা ।

 ১০। চীনৰ দ্রুত অর্থনৈতিক বিকাশ হােৱা সত্ত্বেও তাত এতিয়াও কিছুমান অর্থনৈতিক প্রত্যাহ্বান বর্তি আছে । এই প্রত্যাহ্বানসমূহ উল্লেখ কৰা । 

১১। দেশসমূহৰ শান্তি আৰু সমৃদ্ধি নিহিত থাকে আঞ্চলিক অর্থনৈতিক সংগঠনৰ প্রতিষ্ঠা আৰু সবলীকৰণত । উক্তিটোৰ যুক্তিযুক্ততা নির্ণয় কৰা ।

 ১২। ভাৰত আৰু চীনৰ মাজৰ শেহতীয়া আন্তঃৰাষ্ট্ৰীয় বিবাদৰ চমুকৈ ব্যাখ্যা কৰা । 

১৩। যদিও চীনা অর্থনীতিয়ে নাটকীয়ভাৱে উন্নতি লাভ কৰিছিল তথাপি তাত এতিয়াও উন্নয়নে ঢুকি নােপােৱা ক্ষেত্র আছে । তেনে ক্ষেত্ৰবােৰ উল্লেখ কৰা। 

১৪। বিশ্ব ৰাজনীতিত চীনৰ ভূমিকা উল্লেখ কৰা?

 ১৫। অর্থনৈতিক ক্ষমতা হিচাপে চীনৰ উত্থানৰ বিষয়ে আলােচনা কৰা।