অৰ্থশাস্ত্ৰ, বৃহৎ সংহিতা, ৰঘূবংশ, মাৰ্কণ্ডেয় পুৰণ আদিয়ে কিহৰ বৰ্ণনা দিয়ে?

উত্তৰঃ- অৰ্থশাস্ত্ৰ, বৃহৎ সংহিতা, ৰঘূবংশ, মাৰ্কণ্ডেয় পুৰণ আদিয়ে প্ৰাচীন অসমত আৰ্য্য সংস্কৃতি প্ৰচাৰৰ বৰ্ণনা দিয়ে।