আচুলিয়ান সঁজুলিৰ লগত মুঠ কিমান বিধ শিলৰ সঁজুলি পোৱা গৈছে ?

উত্তৰঃ আচুলিয়ান সঁজুলিৰ লগত মুঠ ১৮ বিধ শিলৰ সঁজুলি পোৱা গৈছে ।