আচুলিয়ান সংস্কৃতিক কেইটা ভাগত ভাগ কৰিব পাৰি । আৰু কি কি ?

উত্তৰঃ আচুলিয়ান সংস্কৃতিক তিনিটা ভাগত ভাগ কৰিব পাৰি । সেইকেইটা হ’ল- (১) আদি আচুলিয়ান সংস্কৃতি, (২) মধ্য আচুলিয়ান সংস্কৃতি, (৩) শেষ আচুলিয়ান সংস্কৃতি ।