আচুলিয়ান সংস্কৃতিটোৰ বিকাশ কেনেকৈ ঘটিছিল ?

উত্তৰঃ হ’ম’ ইৰেকটাছ্সকলে এই সংস্কৃতিটো উত্তৰাধিকাৰ সূত্ৰে পাইছিল আৰু ইয়াৰ পৰাই ‘আচুলিয়ান’ সংস্কৃতিটোৰ বিকাশ ঘটিছিল ।