আধুনিক যুগৰ বৈশিষ্ট্য আৰু সেইবোৰেই মানুহৰ মাজত কি ধাৰণা বৃদ্ধি কৰিছিল ?

উত্তৰঃ আধুনিক যুগৰ বৈশিষ্ট্য আৰু সেইবোৰেই মানুহৰ মাজত জাতীয় ধাৰণা বৃদ্ধি কৰিছিল ।