আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশৰ ৰাজনীতিত অধিপত্য | অধ্যায় ৩ | Class 12 Political Science Lesson 3 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 3 Important Answer Assam | HS 2nd Year Political Science Chapter 3 Solution | Class 12 Political Science Lesson 3 Common Answer Assam | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান অধ্যায় ৩ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশৰ ৰাজনীতিত অধিপত্য পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশৰ ৰাজনীতিত অধিপত্য

। আধিপত্য সম্পর্কে তলত উল্লেখ কৰা বাক্যবােৰৰ কোনবােৰ অশুদ্ধ? 

(ক) আধিপত্যই ( hegemony ) এখন ৰাষ্ট্রৰ নেতৃত্ব বা প্রাধান্য বুজায়; 

(খ) প্রাচীন গ্রীচত এথেন্সৰ প্রাধান্যক বুজোৱা বাবে অপ্রতিহত শব্দটো ব্যৱহাৰ কৰা হৈছিল 

(গ) ৰাষ্ট্র এখনৰ আধিপত্য থকা মানে ৰাষ্ট্ৰখনৰ অপ্রতিহিত ক্ষমতা আছে, 

(ঘ) আধিপত্যৰ স্থান থিৰ বা অচল। এবাৰৰ আধিপত্য মানে সদায় আধিপত্য।

২। সমসাময়িক বিশ্ব শৃংখলাত তলত দিয়া কোনটো বাক্য অশুদ্ধ?

 (ক) ৰাষ্ট্ৰবিলাকৰ আচৰণ নিয়ন্ত্রণ কৰাৰ বাবে এখন বিশ্ব চৰকাৰ নাই। 

(খ) আমেৰিকা যুক্তৰাষ্ট্ৰ হ’ল বিশ্ব ঘটনা প্রৱাহৰ প্রাধান্য বিস্তাৰ কৰা খেলুৱৈ। 

(গ) ৰাষ্ট্রবিলাকে ইখনে – সিখনৰ বিৰুদ্ধে বল প্রয়ােগ কৰে।

(ঘ) যিবিলাক ৰাষ্ট্ৰই আন্তর্জাতিক আইন উলংঘা কৰে ৰাষ্ট্ৰসংঘই সেইবােৰ ৰাষ্ট্ৰক কঠোৰ শাস্তি দিয়ে।

 ৩। তলত উল্লেখ কৰা কোনটো মন্তব্য ‘ ইৰাকী স্বাধীনতা অভিযান’ৰ ক্ষেত্ৰত অশুদ্ধ? 

( ক ) ইৰাক আক্রমণৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্রৰ নেতৃত্বত গঠিত হােৱা সংযুক্ত মৰ্চাত ৪০ খনৰাে অধিক ৰাষ্ট্ৰই যােগদান কৰিছিল । 

( খ ) ইৰাক আক্রমণৰ যুক্তি দর্শোৱা হৈছিল যে অধিক ক্ষতিসাধন কৰিব পৰা উন্নত মানৰ অস্ত্র – শস্ত্র নির্মাণত বাধা প্রয়ােগ কৰাৰ বাবে। 

( গ ) ৰাষ্ট্ৰসংঘৰ পূর্ব অনুমােদনক্রমে ইৰাক আক্রমণ কৰা হৈছিল ।

 ( ঘ ) ইৰাকী সৈন্যৰ পৰা আমেৰিকাৰ নেতৃত্বত থকা সংযুক্ত বাহিনীয়ে কোনাে বিশেষ বাধা পােৱা নাছিল।

 ৪। বিশ্বৰ ৰাজনীতিত তিনিধৰণৰ আধিপত্যসূচক প্রভাৱ কি কি? প্রত্যেকৰ এটাকৈ উদাহৰণ দিয়া। 

৫। আমেৰিকা যুক্তৰাষ্ট্রৰ ওপৰত হ’ব পৰা তিনিটা হেঁচা বা চাপ উল্লেখ কৰা । 

৬। বৃহৎ শক্তিশালী ৰাষ্ট্ৰবােৰ যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যক বাধা দিব নােৱাৰে, তেন্তে ক্ষুদ্র আৰু দুর্বল ৰাষ্ট্ৰবােৰে বাধা দিব পাৰিব বুলি আশা কৰিব নােৱাৰি । উপৰােক্ত বাক্যটো পৰীক্ষা কৰি তােমাৰ মন্তব্য দিয়া।

 ৭। তলত উল্লেখ কৰা বাক্যাংশবােৰ মিলােৱা  ঃ

(ক) অসীম প্ৰসাৰিত অভিযানOperation Infinite Reach(i) অল-কায়দা আৰু তালিবানৰ বিৰুদ্ধে যুঁজ
(খ) স্থায়া স্বাধিনতা অভিধানOperation Enduring Freedom(ii)স্বচ্ছাই সংযুক্ত 
(গ) ‘মৰুভুমি ধুমুহা অভিধানOperation Desert Storm(iii) চুডানত মিছাইন আক্ৰমণ
(ঘ) ইৰাকী স্বাধীনতা অভিযান(iv) প্ৰথম উপসাগৰীয়া যুদ্ধ


৮ | আমেৰিকা যুক্তৰাষ্ট্রৰ আধিপত্যৰ তথা ক্ষমতাৰ ওপৰত বর্তমান হেঁচা বা চাপ প্রয়ােগ হৈছে । ভৱিষ্যতে ইয়াৰ কোনটো বেছি গুৰুত্ব লাভ কৰিব?

 ৯। আমেৰিকা যুক্তৰাষ্ট্ৰই কিয় ইৰাক আক্রমণ কৰিছিল?

১০। ভাৰত -আমেৰিকা যুক্তৰাষ্ট্র সম্পর্কৰ ওপৰত এটা চমুটোকা লিখা। 

 ১১। আধিপত্যৰ বিভিন্ন ধৰণসমূহ কি কি ? প্রত্যেকৰে উদাহৰণ দিয়া।

 ১২। ‘কঠোৰ ক্ষমতা হিচাপে আধিপত্য’ৰ বিষয়ে চমুকৈ আললাচনা কৰা। 

১৩। আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাধান্যৰ ক্ষেত্ৰত প্রতিবন্ধকতাসমূহৰ বিষয়ে আলােচনা কৰা । 

চুমু প্রশ্নৰ উত্তৰ 

১। চমুটোকা লিখাঃ 

( ক ) প্রথম উপসাগৰীয় যুদ্ধ

(খ) ৯ / ১১ ৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া 

(গ) ইৰাকৰ ওপৰত আক্ৰমণ 

(ঘ) আফগানিস্তানৰ ওপৰত আক্ৰণণ 

২। বিশৰ অৰ্তনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰই কেনেধৰণৰ অধিপত্য বিস্তাৰ কৰিছে? চমুকৈ লিখা।

৩। আমেৰিকা যুক্তৰাষ্ট্ৰ মতাদৰ্শ ( Ideology ) ৰ প্ৰভাৱ বিশ্ব আন ৰাষ্ট্ৰৰ ওপৰত কেনেদৰে পৰিছে?

 চমুকৈ লিখা।

৪। আমেৰিকা যুৰক্তৰাষ্ট্ৰৰ প্ৰভাৱ কেনেদৰে প্ৰত্য়াহ্বান জনাব পাৰি? বুজাই লিখা।

৫। ভাৰতৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত সম্পৰ্কৰ পুনৰ নিৰ্ধাৰণৰ বিষয়ে চমুকৈ লিকা।

৬। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিপত্য কেতিয়া আৰু কিয় আৰম্ভ হৈছিল?

অতি চমু প্ৰশ্ন উত্তৰঃ

১। প্ৰথম উপসাগৰীয়া যুদ্ধ মূল কাৰণ কি?

২। প্ৰথম উপসাগৰীয়া যুদ্ধখনক কি অভিধান ( Operation ) বুলি জনা যায়?

৩। প্ৰথম উপসাগৰীয়া যুদ্ধত আমেৰিকাই কি বোমা ব্যৱহাৰ কৰিছিল?

৪। ৯ /১১ ৰ আক্ৰমণ কোন চনত হৈছিল?

৫। ‘ইৰাকী স্বাধীনতা অভিধান’ কোন চনত হৈছিল?

৬। আফগানিস্তানৰ আক্ৰমণ কৰাৰ অভিধানটোক কি অভিধান বুলি জনা যায়?

৭। ‘স্থায়ী স্বাধীনতা অভিযান’ (Operation Enduring Freedom ) কোন লোকসকলৰ বিৰুদ্ধে চলাইছিল।

৮। ‘স্থায়ী স্বাধীনতা অভিযান’ৰ এটা উদ্দেশ্য লিখা।

৯। ২০০৩ চনত ইৰাকৰ ওপৰত আক্ৰমণৰ সময়ত ইৰাকৰ ৰাষ্ট্ৰপতি কোন আছিল?

১০। গোলকীয় ৰাজহুৱা সামগ্ৰী এটা উদাহৰণ দিয়া।

১১। এম. বি. এ. ৰ সম্পূৰ্ণ অৰ্থ কি?

১২। আমেৰিকা যুক্তৰাষ্ট্ৰ এটা আৰ্দশ উল্লেখ কৰা।

১৩। ‘অপাৰেচন ডেজাৰ্ট ষ্ট’ৰ্ম’ অথবা ‘মৰুভূমি ধুমুহা অভিযান’ মানে কি?

অতিৰিক্ত সাম্ভাৱ্য প্ৰশ্নাৱলী

অতি চমু উত্তৰৰ আৰ্হি প্ৰশ্নঃ 

১। এক মেৰুৰ ব্যৱস্থা মানে কি?

২। তলৰ বাক্যটো শুদ্ধকৈ লিখা। 

অধিপত্যৰ ( Hegemony ) শব্দটোৰ উদ্ভৱ ৰোমত হগৈছিল।

৩। শুদ্ধ নে অশুদ্ধ লিখা।

প্ৰাচীন গ্ৰীকৰ এথেন্সৰ নগৰ ৰাষ্ট্ৰসমূহৰ ওপৰত প্ৰদৰ্শন কৰা প্ৰভাৱক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল। 

৪। খালী ঠাই পূৰ কৰা  ঃ

                  হ’ল মার্কিন সামৰিক গৱেষণা প্রকল্পৰ পােনপটীয়া ফল।

৫। নমনীয় ক্ষমতা মানে কি? 

৬। প্রথম উপসাগৰীয় যুদ্ধ কেতিয়া উদ্ভৱ হৈছিল?

 ৭। অনমনীয় ক্ষমতা কাক বােলে? 

৮। মৰুভূমি ধুমুহা অভিযান মানে কি? 

৯। গঠনাত্মক প্রভাৱ বা আধিপত্যৰ এটা উদাহৰণ দিয়া? 

১০। সমসাময়িক বিশ্ব ৰাজনীতিত ৯ / ১১’বুলি ক’লে কোনটো ঘটনাক বুজা যায়।

 ১১। কোন বছৰত ইৰাকে কুৱেইট আক্রমণ কৰিছিল? 

১২। আমেৰিকান ক্ষমতাৰ সন্দৰ্ভত এটা বাধ্যবাধকতা লিখা।

 ১৩। মার্কিন আধিপত্যৰ আৰম্ভণি হৈছিল কেতিয়া?

 ১৪। কোন বছৰত মার্কিন সামৰিক গৱেষণা প্রকল্প আৰম্ভ হৈছিল?

 ১৫। গােলকীয় ৰাজহুৱা পণ্যৰ এটা উদাহৰণ দিয়া। 

১৬। গােলকীয় গাঁও কি? 

১৭। প্রথম উপসাগৰীয় যুদ্ধ’ৰ সময়ত মার্কিন ৰাষ্ট্রপতি কোন আছিল?

 ১৮। মার্কিন যুক্তৰাষ্ট্ৰৰ বাহিৰত প্রথম এম বি এ পাঠ্যক্রম কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? 

১৯। ৯/১১ ৰ আক্ৰমণত কিমান লােক নিহত হৈছিল?

 ২০। ১৮৮১ চনত মার্কিন যুক্তৰাষ্ট্ৰত প্রতিষ্ঠা কৰা প্ৰথমখন বাণিজ্যিক স্কুলৰ নাম লিখা।

 * চমু উত্তৰৰ আৰ্হি প্রশ্নঃ

১। আধিপত্য বুলিলে কি বুজা? 

২। ৰাজহুৱা পণ্যৰ দুটা উদাহৰণ দিয়া। 

৩। কোনে কাৰ বিৰুদ্ধে ‘ অপাৰেচন স্থায়ী স্বাধীনতা’আৰম্ভ কৰিছিল?

 ৪ । মার্কিন আধিপত্য কেতিয়া আৰম্ভ হৈছিল? 

৫। ব্রেটন উড পদ্ধতি কোনে আৰু কেতিয়া প্রস্তুত কৰি উলিয়াইছিল?

৬। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বিস্তাৰৰ দুটা আহিলা উল্লেখ কৰা? 

৭। ‘হেণ্ডৱাগন’কৌশল কি? 

৮। তুমি ভাবানে যে ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্রসমূহে সীমিত কৰিব পাৰে মার্কিন আধিপত্য? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা নির্ণয় কৰা । 

৯। ১৯৯২ আৰু ১৯৯৬ চনৰ আমেৰিকা ৰাষ্ট্রপতি নির্বাচনত কোনে জয়লাভ কৰিছিল? 

১০।  ইৰাকী স্বাধীনতা অভিযান মানে কি? .

১১। বিশ্ব অর্থনীতিত মার্কিন যুক্তৰাষ্ট্ৰৰ অংশ কিমান?

 ১২। কেতিয়া আৰু কিয় আমেৰিকা যুক্তৰাষ্ট্রৰ আধিপত্যৰ আৰম্ভ হৈছিল? 

১৩। কি প্রক্রিয়াৰে মার্কিন আধিপত্য প্রতিষ্ঠিত হৈছিল নির্ণয় কৰা। 

৪। ৰাজনৈতিক প্রচাভিযানৰ কৌশল বুলিলে কি বুজা?

 ২। PPP- এ কি বুজায়?  

২। মার্কিন আধিপত্য প্রতিবন্ধকতাবােৰ উল্লেখ কৰা।

৩। অল-কায়দা কি?

১৮। নমনীয় ক্ষমতাৰ অধিপত্য মানে কি?

চমু উত্তৰৰ আৰ্হি প্ৰশ্ন ঃ ( ৪ নম্বৰৰ ) 

১। গুৱাণ্টানাম উপসাগৰ কি? ইয়াৰ তাৎপৰ্য আলোচনা কৰা।

২। মাৰ্কিন যুক্তৰাষ্ট্ৰই ইৰাক আক্ৰমণ কিয় কৰিছিল? 

 চমু উত্তৰৰ আৰ্হি প্রশ্নঃ ( ৪ নম্বৰৰ ) 

১। গুৱান্টানাম উপসাগৰ কি? ইয়াৰ তাৎপর্য আলােচনা কৰা। 

২। মার্কিন যুক্তৰাষ্ট্ৰই ইৰাক আক্রমণ কিয় কৰিছিল? 

৩। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্বন্ধৰ বিষয়ে বহলাই লিখা। 

৪। আধিপত্য প্রতিহত কৰাৰ কেইটামান উপায়ৰ পৰামর্শ দিয়া।

৫।  আজিৰ বিশ্বত মার্কিন আধিপত্যই কি বুজায়? মার্কিন আধিপত্যৰ ক্ষেত্ৰত থকা যিকোনাে দুটা প্রতিবন্ধকতা উল্লেখ কৰা ।

৬। গােলকীয় গাঁৱত ৰাষ্ট্ৰৰ ভূমিকা চমুকৈ আলােচনা কৰা। 

৭। কিদৰে আধিপত্যক অতিক্রম কৰিব পাৰি?

 ৮। জেফাৰছন বিল ক্লিণ্টনৰ অধীনত মার্কিন আধিপত্যৰ বিষয়ে আলােচনা কৰা।

৯।  ‘ইৰাকী স্বাধীনতাৰ অভিযান’ কি? ইয়াৰ ফলাফলসমূহ উল্লেখ কৰা।

 ১০। ৰাজহুৱা পণ্য বুলিলে কি বুজা? গােলকীয় ৰাজহুৱা পণ্যৰ উদাহৰণৰ তালিকা দিয়া।

 ১১। মার্কিন যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্ক ব্যাখ্যা কৰা গুৰুত্বপূৰ্ণ কাৰকসমূহ উল্লেখ কৰা।

১২।  ৯ / ১১’ৰ বিষয়ে এটা টোকা লিখা ।

১৩।  প্রথম উপ – সাগৰীয় যুদ্ধৰ কাৰণবােৰ কি কি আছিল?

 ১৪। ক্লিণ্টনৰ যুগত মার্কিন সামৰিক যুদ্ধৰ বিষয়ে ব্যাখ্যা কৰা।

 ১৫। অনমনীয় ক্ষমতা হিচাপে আধিপত্যক ব্যাখ্যা কৰা ।

 ১৬। বর্তমান বিশ্ব পৰিস্থিতিৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্রৰ স্থিতি কেনেকুৱা?

 ১৭। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য প্রতিষ্ঠা কৰা প্রতিক্রিয়াটোৰ বিষয়ে আলােচনা কৰা? 

• দীঘলীয়া উত্তৰৰ আৰ্হি প্রশ্নঃ ( ৬ নম্বৰৰ )

১।  আধিপত্যৰ বিভিন্ন প্রকাৰবােৰ কি কি? প্রত্যেকৰে উদাহৰণ দিয়া । 

২। আমেৰিকা যুক্তৰাষ্ট্রৰ আধিপত্যৰ ওপৰত থকা হেঁচাৰ বিষয়ে লিখা?

 ৩। শেহতীয়া বছৰবােৰত ভাৰত – মার্কিন সম্পর্ক বিকশাই ভােলা নতুন কাৰকসমূহ উল্লেখ কৰা । 

৪। মার্কিন যুক্তৰাষ্ট্ৰৰ গাঁথনিগত ক্ষমতাৰ এটা ধ্রুপদী উদাহৰণ হ’ল ‘ মাষ্টাৰ্ছ ইন বিজনেছ এডমিনিস্ট্রেচন নামৰ বিদ্যায়তনিক ডিগ্ৰীটো ‘ — বহলাই লিখা। 

৫। মার্কিন আধিপত্যৰ সাংস্কৃতিক আয়তনৰ বিষয়ে এটা টোকা লিখা।

৬।  প্রাধান্য সূচক প্রভাৱৰ ক্ষেত্ৰত ইতিহাসে কি শিক্ষা দিয়ে?

৭।  আধিপত্যৰ বিভিন্ন প্রকৃতি বিশ্লেষণ কৰা। 

৮। মার্কিন আধিপত্য প্রতিষ্ঠিত হােৱাৰ প্রক্রিয়াসমূহ বিশ্লেষণ কৰা।

৯।  আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ প্রেক্ষাপতত আধিপত্যৰ বিষয়ে আলােচনা কৰা?

 ১০। মার্কিন যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত সম্পর্ক স্বাভাৱিক কৰা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা।

১১। অধিপত্য আৰু কিমান দিনলৈ  টিকি থাকিব? অধিপত্যৰ উৰ্ধ্বলৈ আমি কিদৰে যাব পাৰোঁ?