ইংলেণ্ডৰ প্ৰথমখন মুক্ত বিশ্ববিদ্য়ালয়ত প্ৰথম আচাৰ্য আৰু উপাচাৰ্য কোন আছিল?

উত্তৰঃ প্ৰথম আচাৰ্য লৰ্ড ক্ৰাউমাৰ আৰু প্ৰথম উপাচাৰ্য আছিল ছাৰ ওৱাল্টাৰ পেৰী।