এক নিৰ্দিষ্ট সময়ত স্থানত নিৰ্মাণ আৰু ব্যৱহাৰ হোৱা সঁজুলিৰ এটা গোটক কি বুলি নামকৰণ কৰা হৈছে ?

উত্তৰঃ এক নিৰ্দিষ্ট সময়ত স্থানত নিৰ্মাণ আৰু ব্যৱহাৰ হোৱা সঁজুলিৰ এটা গোটক ‘উদ্যোগ’ বুলি নামকৰণ কৰা হৈছে ।