এক মেৰু বিশ্বত আন্তৰ্জাতিক সংগঠন | অধ্যায় ৬ | Class 12 Political Science Lesson 6 Question and Answer Assam | HS 2nd Year Political Science Chapter 6 Important Solution | Higher Secondary 2nd Year Political Science Chapter 6 Common Answer | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান অধ্যায় ৬ এক মেৰু বিশ্বত আন্তৰ্জাতিক সংগঠন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

এক মেৰু বিশ্বত আন্তৰ্জাতিক সংগঠন

১। তলত উল্লেখ কৰা উক্তিবােৰ ‘ভেটো ’ (Veto) ক্ষমতা সম্বন্ধে শুদ্ধনে অশুদ্ধ চিহ্নিত কৰাঃ 

(ক) নিৰাপত্তা পৰিষদৰ কেৱল স্থায়ী সদস্যসকলৰহে ভেটো ক্ষমতা আছে ।

(খ) ভেটো ক্ষমতা হ’ল ঋণাত্মক বা নেতিবাচক ক্ষমতা। 

(গ) ৰাষ্ট্ৰসংঘৰ সচিবপ্রধানে ভেটো ক্ষমতা প্রয়ােগ কৰে যেতিয়া নিৰাপত্তা পৰিষদৰ কোনাে সিদ্ধান্তত সন্তুষ্ট নহয় ।

(ঘ) এটা ভেটো ক্ষমতাই নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ বাতিল কৰিব পাৰে।

২। ৰাষ্ট্ৰসংঘৰ কাৰ্যবােৰৰ ধৰণ সম্পর্কে তলত উল্লেখ কৰা উক্তিবােৰ শুদ্ধনে অশুদ্ধ চিহ্নিত কৰা?

( ক ) নিৰাপত্তা পৰিষদে সকলােধৰণৰ নিৰাপত্তা আৰু শান্তি সম্পর্কীয় বিষয়বিলাকৰ ওপৰত ব্যৱস্থা গ্রহণ কৰে । 

( খ ) বিশ্বৰ চাৰিওফালে সিঁচৰতি হৈ থকা ৰাষ্ট্ৰসংঘৰ প্রধান অংগ আৰু বিশেষ সংস্থাবােৰে সকলােধৰণৰ মানৱীয় নীতিবােৰ কাৰ্যকৰী কৰে ।

 ( গ ) নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰই একমত হৈ নিৰাপত্তাজনিত সিদ্ধান্ত কার্যকৰী কৰা অতি আৱশ্যক । 

( ঘ ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সকলাে সদস্যই স্বতঃস্ফুর্তভাৱে ৰাষ্ট্ৰসংঘৰ সকলাে প্রধান অংগ আৰু বিশেষ সংস্থাসমূহৰ সদস্য। 

 ৩। ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে আগবঢ়োৱা প্ৰস্তাৱৰ ক্ষেত্ৰত তলত দিয়া কোনটোৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰা উচিত ? 

(ক) পাৰমাণৱিক শক্তিৰ অধিকাৰী ; 

(খ) আৰম্ভণিৰ পৰা ই ৰাষ্ট্ৰসংঘৰ সদস্য ;

(গ) ই এছিয়া মহাদেশত অৱস্থিত ; 

(ঘ) ভাৰতৰ বর্ধিত অর্থনৈতিক ক্ষমতা আৰু স্থায়ী ৰাজনৈতিক ব্যৱস্থা।

৪। ৰাষ্ট্ৰসংঘৰ কোনটো এজেন্সি পাৰমাণৱিক প্রযুক্তিবিদ্যাৰ নিৰাপত্তা আৰু শান্তিৰ বাবে প্ৰয়ােগ কৰাৰ সৈতে জড়িতঃ

(ক) ৰাষ্ট্ৰসংঘৰ নিৰস্ত্রীকৰণ কমিটী;

(খ) আন্তর্জাতিক পাৰমাণৱিক শক্তি এজেন্সি; 

(গ) ৰাষ্ট্ৰসংঘৰ আন্তর্জাতিক নিৰাপদ সমিতি;

(ঘ) ওপৰত উল্লেখ কৰা এটাও নহয়। 

৫। বিশ্ব বাণিজ্য সন্থা তলত উল্লেখ কৰা কোনটো সংগঠনৰ উত্তৰাধিকাৰী।

 (ক) বাণিজ্য আৰু শুদ্ধৰ সাধাৰণ চুক্তি ( গেট ) ,

 (খ) বাণিজ্য আৰু শুদ্ধৰ বন্দৱস্ত,

 (গ) বিশ্বস্বাস্থ্য সন্থা ,

 (ঘ) ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি । 

৬। খালী ঠাই পূৰণ কৰাঃ

 (ক) ৰাষ্ট্ৰসংঘৰ প্রধান উদ্দেশ্য হ’ল                   

(খ) ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূর্ণ কার্যকৰী সন্থাটোক কোৱা হয়               

(গ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত                       জন স্থায়ী সদস্য আৰু                   অস্থায়ী সদস্য আছে ।

(ঘ)                    বর্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান ।

৭। ভাৰতৰ নাগৰিক হিচাপে তুমি নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদ প্রার্থিত্ব সমর্থন কৰানে? তােমাৰ দাবী প্রতিপন্ন কৰা।

৮। ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন সম্পর্কে আগবঢ়োৱা পৰামৰ্শাৱলীক কার্যকৰণত দেখা দিয়া অসুবিধাবােৰ সমালােচনামূলকভাৱে মূল্যাংকন কৰা।

৯। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ ঘাইকৈ নিৰাপত্তা পৰিষদৰ পুনৰ গঠন বুজায় । তুমি এই উক্তিটোৰ সৈতে একমনে?  ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া।

১০। শীলত যুদ্ধৰ পাছত ৰাষ্ট্ৰসংঘৰ কি কি পৰিৱৰ্তন হৈছে? 

১১। ৰাষ্ট্ৰসংঘ এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি তুমি ভাবানে ? কাৰণ দর্শোৱা।

১২। বর্তমান বিশ্বৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘক এটা অত্যাৱশ্যকীয় সংগঠন বুলি তুমি ভাবানে? তােমাৰ উত্তৰৰ যুক্তিযুক্তকতা প্রদর্শন কৰা।

 • চমু প্রশ্ন : 

১। ৰাষ্ট্ৰসংঘৰ কেনেধৰণৰ সংস্কাৰৰ প্ৰয়ােজন; চমুকৈ বর্ণনা কৰা।

২। ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হােৱাৰ দিনৰ পৰা বর্তমান বিশ্বৰ ৰাজনীতিত হােৱা চাৰিটা পৰিৱৰ্তন উল্লেখ কৰা।

৩। ভাৰতবৰ্ষই কিয় ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন হােৱাত সমর্থন কৰে; চাৰিটা কাৰণ দর্শোৱা ।

৪। নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে অন্তর্ভুক্ত কৰাৰ চাৰিটা যুক্তি উল্লেখ কৰা।

৫। ভাৰতবৰ্ষৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে অন্তর্ভুক্তিৰ কাৰণ কি? 

৬। বিশ্ব বেংক কোন চনত স্থাপিত হৈছিল? ইয়াৰ কার্যকলাপ আলােচনা কৰা।

৭। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত খন স্থায়ী আৰু খন অস্থায়ী সদস্য ৰাষ্ট্র।

 ৮। সমগ্র বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি থকা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা।

 • চমুটোকাঃ

 ১। (ক) নতুন আন্তর্জাতিক অর্থনৈতিক সংগঠন;

 (খ) আন্তর্জাতিক মুদ্রা নিধি;

 (গ) বিশ্ব বাণিজ্য সংস্থা;

 (ঘ) বিশ্ব বেংক;

 (ঙ) এমনেষ্টি ইণ্টাৰনেচনেল;

 (চ) হিউমে ৰাইট বাচ্চ 

২। বিশ্বৰ শাসন ব্যৱস্থাত নতুন অনুষ্ঠানবােৰ কিমানদূৰ গণতান্ত্রিক আৰু দায়বদ্ধ চমুকৈ লিখা।

৩। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তর্ভুক্তিৰ যুক্তিযুক্তকতা প্রদর্শন কৰা।

• অতি চমু প্রশ্নৰ উত্তৰ? 

১। ৰাষ্ট্ৰসংঘৰ কেতিয়া প্রতিষ্ঠা হৈছিল? 

২। ভাৰত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্যনে?

৩। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান?

৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য সংখ্যা কিমান?

৫। ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম লিখা।

৬। নিৰাপত্তা পৰিষদ ভেটো ক্ষমতা কোনে প্রয়ােগ কৰিব পাৰে?

৭। ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিবপ্রধানজনৰ নাম কি?

৮। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সভানেত্রী হিচাপে কোনে কার্যনির্বাহ কৰিছিল?

৯। বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰখনৰ নাম কি?

১০। নতুন আন্তর্জাতিক অর্থনৈতিক সংগঠন এটাৰ নাম উল্লেখ কৰা।

১১। আন্তর্জাতিক মুদ্রানিধি কোন চনত প্রতিষ্ঠা হৈছিল?

১২। নতুন আন্তর্জাতিক বেচৰকাৰী সংগঠন ( NGO ) এটাৰ নাম উল্লেখ কৰা।

১৩। এমনেষ্টি ইণ্টাৰনেচনেলৰ এটা কার্য উল্লেখ কৰা।

১৪। হিউমেন ৰাইট বাচ্চ ’ পূর্বতে কি নামেৰে জনা গৈছিল।

১৫। ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ বাবে স্বর্গ তৈয়াৰ কৰিব নােৱাৰে, কিন্তু নৰকৰ পৰা ৰক্ষা কৰিব পাৰে। এই উক্তিটো কাৰ?

১৬। ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?

১৭। কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয়?

১৮। ৰাষ্ট্ৰসংঘৰ বর্তমান সচিব – প্রধানগৰাকীৰ নাম কি?

 অতিৰিক্ত সম্ভাব্য প্রশ্নাৱলী

 অতি চমু উত্তৰৰ আদর্শ প্রশ্ন  ঃ

১।  যুদ্ধ যুদ্ধ কৰাতকৈ বকবকনিয়েই ভাল’— এই মন্তব্য কোনে কৰিছিল?

 ২।  ৰাষ্ট্ৰসংঘ প্রতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমান সদস্যই চহী কৰিছিল?

 ৩। ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যটো কি? 

৪।  বর্তমান ৰাষ্ট্ৰসংঘত কিমান সদস্যৰাষ্ট্র আছে?

৫। খালী ঠাই পূৰণ কৰাঃ

 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত                    স্থায়ী সদস্য আছে।

৬।  ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিবপ্রধানগৰাকী কোন?

 ৭। IAEA ৰ পূৰ্ণ ৰূপটো লিখা।

৮। ভেটো ক্ষমতাই কি বুজায়?

৯।  ৰাষ্ট্ৰসংঘৰ প্রথম সচিবপ্রধান কোন?

১০। ৰাষ্ট্ৰসংঘত আটাইতকৈ বেছি অৱদান থকা ৰাষ্ট্ৰখনৰ নাম কি?

 ১১। ৰাষ্ট্ৰসংঘৰ দিৱস কিমান তাৰিখে পালন কৰা হয়?

 ১২। ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা কোন আছিল?

 ১৩। কোন বছৰত ৰাষ্ট্ৰসংঘই শান্তি সৃষ্টিৰ পুঁজি গঠন কৰিছিল?

 ১৪। “ বিশ্ব থ্রি ‘ বুলিলে কি বুজা?

 ১৫। পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পর্কীয় আন্তঃৰাষ্ট্রীয় অভিকৰণটোৰ নাম লিখা।

 ১৬। ৰাষ্ট্ৰসংঘৰ সর্বোচ্চ কাৰ্যবাহীৰ নাম কি?

 ১৭। শান্তি গঢ়া আয়ােগ কেতিয়া গঠন কৰা হৈছিল?

 ১৮। ১৯৯৭ চনৰ খনি নিষিদ্ধকৰণ চুক্তিৰ মূল হােতাগৰাকী কোন আছিল?

 ১৯। ৰাষ্ট্ৰসংঘৰ সহস্রাব্দ ঘােষণাপত্র কেতিয়া অনুমােদিত হৈছিল?

 ২০। এখন এককেন্দ্রিক বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি?

 ২১। NGO সমূহৰ এটা দুর্বলতা লিখা।

২২।  ভাৰতে কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল?

  অতি চমু উত্তৰৰ আদর্শ প্রশ্নঃ

১।  আন্তঃৰাষ্ট্রীয় সংগঠনৰ প্ৰয়ােজনীয়তা কি? 

২। তুমি ভাবা নেকি যে আন্তঃৰাষ্ট্রীয় সংগঠন এটা অতি ৰাষ্ট্র ? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা। 

৩। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসমূহৰ নাম লিখা।

৪। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে উপভােগ কৰা দুটা সুবিধা উল্লেখ কৰা।

৫।  এমনেষ্টি ইণ্টাৰনেচনেল কি?

৬।  এক মেৰু বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি?

৭।  সমগ্র বিশ্বতে মানৱ অধিকাৰৰ সুৰক্ষাৰ হকে কাম কৰা দুটা NGO ৰ নাম লিখা।

 ৮। সামাজিক আৰু অর্থনৈতিক বিষয়ৰ লগত জড়িত ৰাষ্ট্ৰসংঘৰ দুটা অংগৰ নাম লিখা?

৯।  নিৰস্ত্রীকৰণৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

 ১০। ৰাষ্ট্ৰসংঘৰ সচিবালয় ক’ত অৱস্থিত?

১১।  ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিবপ্রধান কোন আছিল?

 ১১। নিৰাপত্তা পৰিষদৰ কার্য কি?

 ১২। ৰাষ্ট্ৰসংঘৰ চনদত কেতিয়া স্বাক্ষৰ কৰা হৈছিল? ২০০৬ পর্যন্ত তাত কিমান সদস্য আছিল?

 ১৩। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অস্থায়ী সদস্য আছে।

 ১৪। নিৰাপত্তা পৰিষদৰ গাঁথনি সম্পর্কে লিখা।

 ১৫। সামাজিক আৰু অর্থনৈতিক বিষয়াসমূহৰ সৈতে জড়িত সংস্থাবােৰৰ নাম লিখা ।

 ১৬। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ কিয় বিচৰা হৈছে?

 ১৭। ৰাষ্ট্ৰসংঘক কিহে এক অপৰিহাৰ্য সংগঠন কৰি তুলিছে?

 ১৮। যিকোনাে দুটা সামৰিক মিত্রজোঁটৰ নাম লিখা।

 ১৯। ভেটো ক্ষমতা মানে কি?

 ২০। আইনৰ মতে সকলাে সমান ‘ বুলি কি বুজা?

 ২১। ৰাষ্ট্ৰসংঘৰ মুখ্য উদ্দেশ্য কি?

 • চমু উত্তৰৰ আদর্শ প্রশ্নঃ

১। নিৰাপত্তা পৰিষদৰ কার্যাৱলী কি কি ? 

২। ৰাষ্ট্ৰসংঘক এক নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ভাবানে? কাৰণ দর্শোৱা। 

৩। WTO ৰ বিষয়ে এটা চমু টোকা লিখা।

৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভাৰতক অন্তর্ভুক্ত কৰাৰ দাবীৰ যুক্তিযুক্তকা প্রমাণ কৰা?

৫। কোন বছৰ বিশ্ব বেংক গঠন কৰা হৈছিল? ইয়াৰ কাম – কাজৰ বিষয়ে আলােচনা কৰা।

৬।  ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ গঠন সম্পকে লিখা। 

৭। ৰাষ্ট্ৰসংঘৰ কেইটামান বিশেষীকৃত সংস্থাৰ নাম লিখা।

৮। গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰিজন নির্মাণকৰ্তাৰ নাম লিখা।

৯। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যইহে কেৱল ভেটো ক্ষমতাৰ অধিকাৰ লাভ কৰে কিয়?

১০। বিশ্বত আন্তঃৰাষ্ট্রীয় সংগঠন প্রয়ােজনীয় কিয় ? ইয়াৰ ভূমিকা ব্যাখ্যা কৰা।

১১। শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ কাম – কাজত হােৱা পৰিৱৰ্তনবােৰ লিখা।

১২। বিশ্ববেংকৰ কাম – কাজবােৰ আলােচনা কৰা । বিশ্ব বেংকৰ বৰ্তমানৰ সচিবপ্রধানগৰাকী কোন?

১৩। আজিৰ বিশ্বই সন্মুখীন হােৱা প্রধান গােলকীয় প্রত্যাহ্বানবােৰ কি কি? 

১৪। ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্রীয় সংস্থাবােৰৰ নাম লিখা।

১৫। শীতল যুদ্ধৰ পিছত বিশ্বত কেনেধৰণৰ পৰিৱর্তনে দেখা দিছিল?

 ১৬। IMF কি?

 ১৭। এমনেষ্টি ইণ্টাৰনেচল সম্পর্কে চমুকৈ লিখা।

 ১৮। বিশ্বৰ গােলকীয় প্রত্যাহানবােৰ কি কি?

 • দীঘলীয়া উত্তৰৰ আদর্শ প্রশ্নঃ

১। এখন এককেন্দ্রিক বিশ্বত ৰাষ্ট্ৰসংঘক তুমি মার্কিন যুক্তৰাষ্ট্ৰৰ সমকক্ষ বুলি ভাবানে? কাৰণ দর্শোৱা।

২ । ৰাষ্ট্ৰসংঘৰ সংস্কাৰ মানে নিৰাপত্তা পৰিষদৰ পুনৰ গঠন’– মতামত দিয়া ।

৩। বর্তমান বিশ্বৰ প্ৰসংগত ৰাষ্ট্ৰসংঘক এক অপৰিহাৰ্য সংগঠন বুলি তুমি ভাবানে? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা। 

৪।  শীতল যুদ্ধৰ পিছত কি কি পৰিৱৰ্তন সংঘটিত হৈছে?

৫।  নিৰাপত্তা পৰিষদত নতুনকৈ স্থায়ী আৰু অস্থায়ী সদস্যৰ অন্তর্ভুক্তিৰ বাবে প্ৰস্তাৱ কৰা নিয়মবােৰ উল্লেখ কৰা।

৬। ৰাষ্ট্ৰসংঘই নিজৰ লক্ষ্যত উপনীত হ’বলৈ অৱলম্বন কৰা পদ্ধতিবােৰ কি কি?

৭।  UNO ৰ মূল উদ্দেশ্য আৰু লক্ষ্য তথা নীতিসমূহ আলােচনা কৰা।

৮। এটা বিশ্ব সংস্থা হিচাপে UNO ৰ সফলতা আৰু বিফলতাবােৰৰ বিষয়ে এখন ৰচনা লিখা।

৯। মার্কিন আধিপত্যৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই এক সমকক্ষ হিচাপে সেৱা আগবঢ়াব পাৰেনে?

১০। ভাৰতে কিহৰ ভিত্তিত ৰাষ্ট্ৰসংগৰ পুনৰগঠনৰ প্রতি সমর্থন জনাইছে?

১১। বিধায়িনী , কাৰ্যপালিকা আৰুন্যায়পালিকা হিচাপে বিবেচিত ৰাষ্ট্ৰসংঘৰ তিনিটা মূল অংগৰ বিষয়ে আলােচনা কৰা । 

১২। বিশ্ব বেংক কেতিয়া প্রতিষ্ঠা হৈছিল? ইয়াৰ কাম কাজৰ বিষয়ে চমুকৈ লিখা?

 ১৩। বিশ্বায়নৰ ৰাজনৈতিক , অর্থনৈতিক আৰু সাংস্কৃতিক প্রভাৱ সম্পর্কে আলােচনা কৰা?