এটা দলৰ অধিপত্যৰ যুগ | অধ্যায় ১ | Class 12 Education Lesson 1 Question and Answer Assam | Higher Secondary 2nd Year Education Chapter 1 Solution | Class 12 Education Lesson 1 Important Answer | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাষিকৰ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি কিতাপৰ অধ্যায় ১ এটা দলৰ অধিপত্যৰ যুগ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

এটা দলৰ অধিপত্যৰ যুগ

(Era Of One-Party Dominance) 

প্ৰশ্নাৱলীঃ

১। খালী ঠাই পূৰ কৰাঃ

( ক ) ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত লােকসভাৰ নিৰ্বাচনৰ লগতে আৰু ভাৰতৰ ৰাষ্ট্রপতি / ৰাজ্যিক বিধানসভা / ৰাজ্যসভা / প্রধানমন্ত্রী নির্বাচন অনুষ্ঠিত হৈছিল।

( খ ) প্রথম সাধাৰণ নিৰ্বাচনত লােকসভাত দ্বিতীয় বৃহৎসংখ্যক আসন লাভ কৰা দল হ’ল প্রজা ছ’ছিয়েলিষ্ট দল / ভাৰতীয় জনসংঘ / ভাৰতৰ সাম্যবাদী দল / ভাৰতীয় জনতা দল। 

( গ ) স্বতন্ত্র দলৰ এটা আদৰ্শৰ নীতি আছিল। মজদুৰৰ স্বাৰ্থ/ৰাজন্যৰ ৰাজ্যক ৰক্ষণা-বেক্ষণ/ৰাজ্যৰ নিয়ন্ত্ৰণৰ পৰা অর্থনীতি মুক্ত/ৰাজ্যবিলাকৰ কেন্দ্ৰৰ ভিতৰতে স্বতন্ত্রতা। 

২। তলত উল্লেখ কৰা নেতাবিলাকৰ প্রথম তালিকা ( A )-ৰ লগত দ্বিতীয় তালিকা ( B )-ক মিলােৱাঃ

    তালিকা (A)                    তালিকা (B) 

(A) এছ. এ. ডাংগে          (a) ভাৰতীয় জনতা পাৰ্টি

(B) শ্যামা প্ৰসাদ মুখাৰ্জী (b) স্বতন্ত্ৰ পাৰ্টি

(C)মিনো মাচানি             (c) প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টি

(D)অশোক মেহতা         (d) কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়া

৩। তলত এদলীয় আধিপত্যৰ চাৰিটা বাক্য দিয়া হৈছে। প্রত্যেকটোকে তুমি ভুল নে শুদ্ধ চিনাক্ত কৰা।  

( ক ) শক্তিশালী বিৰােধী দলৰ অনুপস্থিতি এদলীয় শাসনৰ মূল কাৰণ।

উত্তৰঃ

( খ ) দুর্বল জনমতৰ কাৰণে এক দলৰ আধিপত্য ঘটিছে। 

উত্তৰঃ 

( গ ) এক দলৰ আধিপত্য জাতিৰ উপনিৱেশিকতাৰ লগত সম্পর্কযুক্ত। 

উত্তৰঃ

( ঘ ) এখন দেশত গণতান্ত্রিক আদৰ্শৰ অনুপস্থিতি প্রতিফলিত হয় ।

 উত্তৰঃ

৪। যদি ভাৰতীয় জনসংঘ বা ভাৰতীয় সাম্যবাদী দলে প্রথম নির্বাচনৰ পাছত চৰকাৰ গঠন কৰিলে হেঁতেন, তেন্তে চৰকাৰৰ নীতিত কেনে ধৰণৰ পার্থক্য হ’লহেঁতেন? অন্ততঃ এটা পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ

৫। এটা দলৰ আধিপত্য ব্যৱস্থাই ভাৰতৰ গণতান্ত্রিক ৰাজনীতিত কিবা বেয়া প্ৰভাৱ পেলাইছে নেকি?

উত্তৰঃ

৬। সমাজবাদী দল আৰু সাম্যবাদী দলৰ মাজত তিনিটা আৰু ভাৰতীয় জনসংঘ আৰু স্বতন্ত্ৰ দলৰ মাজৰ তিনিটা পাৰ্থক্য লিখা 

উত্তৰঃ

৭। ভাৰতৰ এখন ৰাজনৈতিক মেপ আঁকি তলত দিয়াবোৰ চিহ্নিত  কৰাঃ

(ক) ১৯৫২-১৯৫৭ চনৰ ভিতৰত দুখন ৰাজ্য উল্লেখ কৰা য’ত কংগ্ৰেছ ক্ষমতাত আছিল।

(খ) কংগ্ৰেছ এই কালথছোৱাত (১৯৫২-১৯৫৭) ক্ষমতাত নথকা এখন ৰাজ্য চিহ্নিত কৰা।

  আৰ্হি প্রশ্নাবলী  

ৰচনাধর্মী প্রশ্নঃ

 ১। ভাৰতৰ প্রথম তিনিটা নির্বাচনৰ আলম লৈ এক দলীয় প্রাধান্যৰ ওপৰত বহলাই আলােচনা কৰা। 

নাইবা, 

প্রথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য বিশ্লেষণ কৰা।

উত্তৰঃ

২। স্বতন্ত্র দলৰ গঠন আৰু নীতি সম্পর্কে চমুকৈ আলােচনা কৰা। 

উত্তৰঃ

৩। এক দলৰ আধিপত্যই এই টো অর্থ কৰে নেকি যে ভাৰত আচলতে এখন গণতান্ত্রিক ৰাষ্ট্ৰ নহয়?-কাৰণ দশোৱা। 

উত্তৰঃ

৪। ভাৰতৰ ৰাজনৈতিক মঞ্চত কংগ্ৰেছে তিনিটা দশক ধৰি আধিপত্য বিস্তাৰ কৰি থকাৰ মূলতে থকা তিনিটা কাৰণ লিখা। 

উত্তৰঃ

৫ । ১৯৫২ চনৰ ভাৰতৰ সাধাৰণ নির্বাচন সমগ্র বিশ্বজুৰি কেনেকৈ গণতন্ত্রৰ ইতিহাসত মাইলৰ খুঁটা বুলি চিহ্নিত হ’ল? 

উত্তৰঃ

৬। ভাৰতীয় জনসংঘৰ আদৰ্শ আৰু নীতি আলােচনা কৰা। 

উত্তৰঃ

৭। ভাৰতৰ সাম্যবাদী দলৰ উৎপত্তি আৰু বিভাজন আলােচনা কৰা।

উত্তৰঃ

৮। লােকসভা আৰু ৰাজ্যিক বিধানসভাৰ প্রথম তিনিটা নিৰ্বাচনত সাম্যবাদী দলৰ কৃতকার্যতা ব্যাখ্যা কৰা। 

উত্তৰঃ

৯। ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছােৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ চমুকৈ আলােচনা কৰা।

উত্তৰঃ

চমুটোকা ঃ

১। আধিপত্যশীল দলীয় ব্যৱস্থা কি? সেই ব্যৱস্থাৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ

২। ভাৰতৰ বিৰােধী পক্ষ বিভাজিত সদন— ব্যাখ্যা কৰা। 

উত্তৰঃ

৩। “ দ্বি – জাতি তত্ত্ব সম্পর্কে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ

৪। ভাৰতৰ দলীয় ব্যৱস্থাৰ চাৰিটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ

৫। ভাৰতৰ দলীয় ব্যৱস্থাৰ চাৰিটা প্রকৃতি লিখা। 

উত্তৰঃ

৬। কংগ্ৰেছ দলক কিয় ভাৰতৰ ৰাজনীতিৰ কেন্দ্রবিন্দু বুলি কোৱা হয়? 

উত্তৰঃ

৭। বাওঁপন্থী দলবােৰৰ নীতি আৰু আদর্শ সম্পর্কে আলােচনা কৰা। 

উত্তৰঃ

৮। স্বাধীনতাৰ আগৰ ৰাজনৈতিক দল সম্পর্কে কি জানা লিখা। 

উত্তৰঃ

৯। ভাৰতৰ গণতান্ত্রিক ব্যৱস্থাত সংযুক্ত চৰকাৰৰ যুগ আৰম্ভ হােৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ

১০। এটা দলৰ প্রাধান্যই ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত গণতান্ত্রিক প্রকৃতিত কি বেয়া প্ৰভাৱ পেলাইছে? 

উত্তৰঃ

১১। ১৯২০ চনৰ পৰা ১৯৫০ চনৰ ভিতৰত ভাৰতত সাম্যবাদী দলৰ কার্য-কলাপ আলােচনা কৰা। 

উত্তৰঃ

অতি চমু উত্তৰৰ প্ৰশ্ন ঃ

১। নির্বাচন আয়ােগে কোন বছৰ E.V.M. ৰ ব্যৱহাৰ আৰম্ভ কৰিছিল? 

উত্তৰঃ

২। ভাৰতত নির্বাচন আয়ােগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ প্রথম  প্ৰধান নির্বাচন আয়ুক্ত কোন আছিল?

উত্তৰঃ

৩। ভাৰতত কংগ্ৰেছ দল কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল? 

উত্তৰঃ

৪। দুটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখা। 

উত্তৰঃ

৫। ভাৰতীয় জনসংঘ কেতিয়া প্রতিষ্ঠা হৈছিল? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?

উত্তৰঃ

৬। ভাৰতৰ দল ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ

৭। ভাৰত স্বাধীন হােৱাৰ আগতে প্রতিষ্ঠা হােৱা দুটা ৰাজনৈতিক দলৰ নাম লিখা। 

উত্তৰঃ

৮। কোন তাৰিখে ভাৰতীয় সংবিধানৰ খচৰাত স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়া বলৱ হৈছিল?

উত্তৰঃ

৯। দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা আৰু কোন ৰাজ্যত সেই দলৰ উপস্থিতি সেইটো উল্লেখ কৰা। 

উত্তৰঃ

১০। ভাৰতীয় জনসংঘ দলৰ দুটা আদর্শ উল্লেখ কৰা। 

উত্তৰঃ

১১। ৰাজা গােপালাচাৰীয়াৰ ওপৰত দুটা বাক্য লিখা। 

উত্তৰঃ

১২। স্বতন্ত্র দলৰ দুটা আদর্শ উল্লেখ কৰা। 

উত্তৰঃ

১৩। ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা ( NDA )-ৰ নেতৃত্ব কোনটো ৰাজনৈতিক দলে বহন কৰিছিল? 

উত্তৰঃ

বস্তুনিষ্ঠ প্ৰশ্নঃ

১। ৰাজ্য পুনগঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ

২। প্রথম সাধাৰণ নিৰ্বাচনত কেইটা জাতীয় ৰাজনৈতিক দলে    অংশগ্রহণ কৰিছিল?

উত্তৰঃ

৩। ভাৰতৰ দল ব্যৱস্থাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ

৪। প্রথম সাধাৰণ নিৰ্বাচনত জাতীয় কংগ্ৰেছ দলক কোনে পৰিচালনা কৰিছিল? 

উত্তৰঃ

৫। প্রথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কেইখন আসন লাভ কৰিছিল?

উত্তৰঃ

৬। প্রথম সাধাৰণ নিৰ্বাচনত সাম্যবাদী দলে কেইখন আসন লাভ কৰিছিল?

উত্তৰঃ

৭। প্রথম সাধাৰণ নিৰ্বাচনৰ পিছত ভাৰতৰ প্রথম প্রধানমন্ত্রী কোন আছিল?

উত্তৰঃ

৮। ভাৰতৰ সমাজবাদী দল কেতিয়া গঠন হৈছিল?

উত্তৰঃ

৯। ভাৰতীয় জনতা দলৰ মূল কোন দল?

উত্তৰঃ

১০। কোন বছৰৰ পৰা নির্বাচন আয়ােগে ই.ভি.এম. নির্বাচনত ব্যৱস্থা আৰম্ভ কৰিছিল?

উত্তৰঃ

১১। ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কোন দলে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল?

উত্তৰঃ

১২। কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ

শুদ্ধ নে অশুদ্ধ লিখাঃ

১। ১৯৫২ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন একেসময়তে লোকসভা আৰু (ৰাষ্ট্ৰপতি/ৰাজ্যিক বিধানমণ্ডল/ৰাজ্যসভা/পৰ্ধানমন্ত্ৰী/নিৰ্বাচন অনুষ্ঠিত হৈছিল।) (শুদ্ধ উত্তৰটো বাছি উলিওৱা)

উত্তৰঃ

২। পণ্ডিত জৱহৰলাল নেহেৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল।

উত্তৰঃ

৩। ভাৰতীয় জাতীয় কংগ্ৰেছে এক দেশ, এক সংস্কৃতি আৰু এক জাতি ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

উত্তৰঃ

৪। ১৯৫৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে কেৰেলাত পৰাজয়বৰণ কৰিছিল।

উত্তৰঃ

৫। শ্যামা প্ৰসাদ মুখাৰ্জী সাম্যবাদী দলৰ নেতা আছিল।

উত্তৰঃ

৬। ডাঃ বি. আৰ. আম্বেদকাৰ সংবিধান সভাৰ সভাপতি আছিল।

উত্তৰঃ

৭। ভাৰতীয় জনতা দলৰ ১৯৮০ চনত জন্ম হয়। 

উত্তৰঃ

৮। ১৯৫২ চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত ১৪টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল।

উত্তৰঃ

৯। ভাৰতীয় জাাতীয় কংগ্ৰেছ হ’ল ভাৰতৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল।

উত্তৰঃ

১০। ভাৰতত বহুদলীয় ব্যৱস্থা আছে।

উত্তৰঃ

Type: Pallab Jyoti Bora