এটা  দলৰ আধিপত্যৰ যুগ | অধ্যায় ১ | Class 12 Political Science Part 2 Lesson 1 Question and Answer Assam | Higher Secondary 2nd Year Political Science Part 2 Chapter 1 Important Answer Assam | HS 2nd Year Political Science Unit 2 Lesson 1 Common Answer Assam | Class 12 Political Science Chapter 1 Solution |

এটা  দলৰ আধিপত্যৰ যুগ

১। শুদ্ধ উত্তৰেৰে তলৰ খালী ঠাইবোৰ পূৰণ কৰাঃ

(ক) ১৯৫২ চনত হোৱা সাধাৰণ  নিৰ্বাচনত লোকসভাৰ লগতে আৰু ——– (ভাৰতৰ ৰাষ্ট্ৰপতি / ৰাজ্যিক বিধানসভা/ প্ৰধানমন্ত্ৰী) ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।

উত্তৰঃ

(খ) প্ৰথম সাধাৰণ নিৰ্বাচনত দ্বিতীয় সৰ্বসংখ্যক লোকসভাৰ আসন লাভ কৰা দল হ’ল ——-(প্ৰজা ছ’ছিয়েলিষ্ট পাৰ্টি/ ভাৰতীয় জনসংঘ/ভাৰতৰ সাম্যবাদী দল/ভাৰতীয় জনতা দল)।

উত্তৰঃ 

(গ) স্বতন্ত্ৰ দলৰ এটা পথ প্ৰদৰ্শক আদৰ্শগত নীতি আছিল (মজদুৰৰ স্বাৰ্থ/ ৰাজন্যৰ ৰাজ্যক ৰক্ষণাবেক্ষণ দিয়া/ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা অৰ্থনীতিক মুক্ত/ৰাজ্যবিলাকক কেন্দ্ৰৰ ভিতৰতে স্বতন্ত্ৰতা)।

উত্তৰঃ 

(ঘ) স্বাধীনতাৰ পূৰ্বে মুছলীম লীগে আগবঢ়োৱা ‘দ্বি জাতি তত্ব’ত অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন আছিল ——- আৰু ——-। 

উত্তৰঃ 

২। তলত উল্লেখ কৰা প্ৰথম তালিকা (ক) ৰ লগত দ্বিতীয় তালিকা (খ) ক মিলোৱাঃ

তালিকা ‘ক’তালিকা ‘খ’
(ক) এছ. এ. জংগে  (ক) ভাৰতীয় জনতা দল 
 (খ) শ্যামা প্ৰসাদ মুখাৰ্জী(খ) স্বতন্ত্ৰ দল 
(গ) মিনো মাচানি   (গ) প্ৰজা ছ’ছিয়েলিষ্ট পাৰ্টি
 (ঘ) অশোক মেহতা    (ঘ) ভাৰতীয় সাম্যবাদী দল( চি.পি.আই)

উত্তৰঃ

৩। তলত এক-দলীয় আধিপত্যৰ চাৰিটা উক্তি দিয়া হৈছে, ইয়াৰ প্ৰত্যেকটোৰ বিপৰীতে তুমি ‘ভুল’ বা ‘শুদ্ধ’ চিহ্নিত কৰা।

(ক) শক্তিশালী অন্য দল নথকা হেতুকে ভাৰতবৰ্ষত এটা দলে আধিপত্য বিস্তাৰ কৰিছে।

উত্তৰঃ 

(খ) দুৰ্বল জনমতৰ বাবে এটা দলৰ আধিপত্য ঘটিছে।

উত্তৰঃ 

(গ) এটা দলৰ আধিপত্য ৰাষ্ট্ৰৰ পূৰ্বৰ ঔপনিবেশিকতাৰ লগত সম্পৰ্কযুক্ত।

উত্তৰঃ 

(ঘ) এটা দলৰ আধিপত্যই ৰাষ্ট্ৰখনৰ গণতান্ত্ৰিক আদৰ্শৰ অনুপস্থিতি প্ৰতিফলিত কৰে।

উত্তৰঃ 

৪। ভাৰতবৰ্ষৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত যদি জনসংঘ বা ভাৰতীয় সাম্যবাদী দলে চৰকাৰ গঠন কৰিলেহেঁতেন, তেন্তে চৰকাৰৰ নীতিৰ কেনে ধৰণৰ পাৰ্থক্য হ’লহেঁতেন? এটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ 

৫। ভাৰতত বিৰোধী দলৰ ভূমিকাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ  

৬। চমু প্ৰশ্নঃ

(ক) ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ আধিপত্যৰ প্ৰকৃতি সম্পৰ্কে চমুকৈ বিশ্লেষণ কৰা।

উত্তৰঃ 

(খ) ৰাজ্যিক পৰ্যায়ত কংগ্ৰেছৰ অ-নিয়মিত আধিপত্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ 

(গ) কংগ্ৰেছৰ সমন্বয়ৰ প্ৰকৃতি বুলিলে কি বুজায়? চমুকৈ লিখা।

উত্তৰঃ

(ঘ) প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য বিশ্লেষণ কৰা।

উত্তৰঃ

(ঙ) প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্য ব্যাখ্যা কৰা।

উত্তৰঃ 

৭। চমু টোকা লিখাঃ

(ক) সমাজবাদী দল   

(খ) ভাৰতীয় সাম্যবাদী দল   

(গ) ভাৰতীয় জনসংঘ                      

(ঘ) স্বতন্ত্ৰ দল         

 (ঙ) ভাৰতীয় জনতা পাৰ্টি (বি.জে.পি.)

উত্তৰঃ

৮। ভাৰতত প্ৰকৃত বিৰোধী দল থকাটো পৰিলক্ষিত হয়নে? তোমাৰ মতৰ সমৰ্থনত চাৰিটা যুক্তি দিয়া।

উত্তৰঃ 

৯। ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ 

১০। অতি চমু প্ৰশ্নৰ উত্তৰঃ

(১) ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল? 

উত্তৰঃ

(২) ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল?

উত্তৰঃ 

(৩) ভাৰতৰ প্ৰথম লোকসভাৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কিমানখন আসন লাভ কৰিছিল?

উত্তৰঃ 

(৪) ভাৰতৰ প্ৰথম লোকসভাৰ সাধাৰণ নিৰ্বাচনত কোন দলে চৰকাৰ গঠন কৰিছিল?

উত্তৰঃ 

(৫) ভাৰতৰ দ্বিতীয় লোকসভাৰ সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ 

(৬) ভাৰতৰ তৃতীয় লোকসভাৰ সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ 

(৭) এক দলৰ আধিপত্য থকা ভাৰতৰ বাহিৰে আন এখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ 

৮। ভাৰতীয় কংগ্ৰেছ দলৰ ৰাজ্যিক পৰ্যায়ত কোন চনৰ পৰা বিপৰ্যয় আৰম্ভ হৈছিল?

উত্তৰঃ

৯।ভাৰতীয় কংগ্ৰেছ দল কোন চনলৈকে কেন্দ্ৰত একচেটিয়াভাৱে শাসনত অধিষ্ঠিত আছিল?

উত্তৰঃ

১০। সমাজবাদী দল কি আদৰ্শৰ ওপৰত বিশ্বাসী?

উত্তৰঃ

১১। সমাজবাদী দলৰ আদৰ্শত বৰ্তমান ভাৰতত গঠন হোৱা এটা ৰাজনৈতিক দলৰ নাম লিখা।

উত্তৰঃ 

১২। ভাৰতৰ সাম্যবাদী দলৰ প্ৰথম বিভাজন কোন চনত হৈছিল?

উত্তৰঃ 

১৩। ভাৰতৰ সাম্যবাদী দল কোন ৰাষ্ট্ৰৰ আদৰ্শৰ সমৰ্থক?

উত্তৰঃ

১৪। ভাৰতীয় জনসংঘৰ মূল কি?

উত্তৰঃ  

১৫। স্বতন্ত্ৰ দল ৰাষ্ট্ৰীয়কৰণৰ পক্ষপাতি নে?

উত্তৰঃ 

১৬। স্বতন্ত্ৰ দল কোন চনত গঠিত হৈছিল?

উত্তৰঃ 

১৭। ভাৰতীয় জনতা পাৰ্টি (বি.জে.পি) ৰ মূল কোনটো দল?

উত্তৰঃ 

১৮। কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ 

১৯। ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল আৰু সেই দলৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?

উত্তৰঃ  

২০।  ১৯৫৬ চনত ৰাজ্য পুনৰগঠন আইনৰ ভিত্তিত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ