ঔপনিবেশীক মহানগৰীবোৰ নগৰীকৰণ, পৰিকল্পনা আৰু স্থাপত্যবিদ্যা | অধ্য়ায় ১২ | Class 12 History Lesson 12 Question and Answer Assam | HS 2nd Year History Lesson 12 Solution | Higher Secondary 2nd Year History Chapter 12 Important Answer |

ঔপনিবেশীক মহানগৰীবোৰ নগৰীকৰণ, পৰিকল্পনা আৰু স্থাপত্যবিদ্যা

১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ দিয়া।

1. ঔপনিবেশিক প্রেক্ষাপটত, নগৰীকৰণৰ চানেকিবােৰৰ পুনর্গঠনৰ বাবে লােক – পিয়লৰ তথ্যবােৰ কিমানদূৰ সহায়ক? 

উত্তৰঃ-

2. “শ্বেতাঙ্গ ” আৰু “ কৃষ্ণাঙ্গ ” নগৰ সংজ্ঞাকেইটাই কিহক বুজায়?

উত্তৰঃ-

 3. মুখ্য ভাৰতীয় সদাগৰসকলে ঔপনিৱেশিক মহানগৰবােৰত নিজকে কেনেকৈ প্রতিষ্ঠিত কৰিছিল?

উত্তৰঃ- 

4. সুৰক্ষা আৰু সুস্বাস্থ্যৰ স্বাৰ্থই কলিকতা মহানগৰৰ কিদৰে গঢ় দিছিল, তাক পৰীক্ষা কৰা।

 5. কি কি বিভিন্ন ঔপনিবেশিক স্থাপত্যশৈলী বােম্বাই মহানগৰীত দেখিবলৈ পােৱা গৈছিল?

 তলত দিয়া প্রশ্নবােৰ ২৫০-৩০০ শব্দৰ ভিতৰত চমু ৰচনা লিখা 

6. অষ্টাদশ শতিকাত নগৰীয়া কেন্দ্ৰবােৰৰ কেনেকৈ ৰূপান্তৰণ ঘটিছিল? 

উত্তৰঃ-

7. ঔপনিবেশিক মহানগৰবােৰত উত্থান ঘটা নতুন প্ৰকাৰৰ ৰাজহুৱা স্থানবােৰ কি কি আছিল? 

উত্তৰঃ-

8. কি কি বিবেচনাই ঊনবিংশ শতিকাত নগৰ-পৰিকল্পনাৰবাৰত প্ৰভাৱিত কৰিছিল? 

উত্তৰঃ-

9. নতুন মহানগৰবােৰত সামাজিক সম্পর্কবােৰৰ কিমানদূৰ ৰূপান্তৰণ ঘটিছিল ? 

উত্তৰঃ-

মানচিত্রৰ কাম 

10. ভাৰতৰ এখন মানচিত্রৰ নক্সাত প্রধান প্রধান নদী আৰু পর্বতমালাবােৰ চিহ্নিত কৰা। ইয়াত বােম্বাই, কলিকতা আৰু মাদ্রাজকে ধৰি দহখন মহানগৰ বহুওৱা। তুমি চিহ্নিত কৰা ইয়ৰে যিকোনাে দুখন মহানগৰ ( একন ঔপনিবেশিক আৰু আনখন প্রাক ঔপনিবেশিক ) ৰ গুৰুত্ব ঊনবিংশ শতিকাত কিয় পৰিৱৰ্তিত হৈছিল তাৰ ওপৰত এটি চমু টোকা প্রস্তুত কৰা।

 প্রকল্প ( যিকোনাে এটা বাছি লােৱা ) 

11. তােমালােকে বৃহৎ ঔপনিবেশিক মহানগৰবােৰৰ বিষয়ে পঢ়িবলৈ পালা। এতিয়া এক দীঘলীয়া ইতিহাস থকা যিকোনাে এখন সৰু নগৰ বাচি লােৱা। ই এক মন্দিৰ নগৰ, বজাৰ নগৰ, প্রশাসনিক কেন্দ্র, তীর্থ কেন্দ্র নাইবা এই সকলােৰে এক সংমিশ্রণাে হ’ব পাৰে নিগৰখন কেনেকৈ স্থাপিত হৈছিল, ই কেতিয়া বিকশিত হৈছিল আৰু আধুনিক কালত ইয়াৰ ইতিহাস কেনেকৈ পৰিৱৰ্তিত হৈছিল এইবােৰ তথ্য বিচাৰি উলিওৱা।

উত্তৰঃ-

 12. তােমাৰ নিজা নগৰ বা গাঁৱৰ পাঁচটা বেলেগ বেলেগ প্ৰকাৰৰ ভৱন বাচি লােৱা। ইয়াৰে প্রত্যেকটো ভৱন কেতিয়া নির্মাণ কৰা হৈছিল, কেনেকৈ ইয়াৰনক্সা তৈয়াৰ কৰা হৈছিল, ইয়াৰ নিৰ্মাণৰ বাবে প্রয়ােজনীয় সমলবােৰ কেনেকৈ আহৰণ কৰা হৈছিল আৰু ইয়াক নির্মাণ কৰিবলৈ কিমান সময় লাগিছিল, তাৰ সন্ধান উলিওৱা । ইহঁতৰ নির্মাণ বৈশিষ্ট্যবােৰে কি কথা প্রকাশ কৰে?

উত্তৰঃ-