কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি পত্যাহ্বান আৰু পুনঃপ্ৰতিষ্ঠা | অধ্যায় ৫ | Class 12 Political Science Lesson 5 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 5 Solution | HS 2nd Year Political Science Chapter 5 Important Answer |

কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি পত্যাহ্বান আৰু পুনঃপ্ৰতিষ্ঠা

Challenges To And Restoration Of The Congress System

১। ১৯৬৭ চনৰ নির্বাচন সম্পর্কে তলত দিয়া কোনবােৰ বাক্য শুদ্ধ ? 

( ক ) কংগ্ৰেছে লােকসভা নির্বাচনত জয়লাভ কৰিছিল । কিন্তু বহু ৰাজ্যত বিধানসভা নির্বাচনত পৰাজয়ৰণ কৰিছিল । 

উত্তৰঃ

( খ ) কংগ্রেছ লােকসভা আৰু বিধানসভা নির্বাচনত পৰাজিত হৈছিল।

উত্তৰঃ

( গ ) কংগ্ৰেছে লােকসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল । কিন্তু আন কিছুমান দলৰ লগ লাগি সংযুক্ত চৰকাৰ গঠন কৰিছিল

উত্তৰঃ

( ঘ ) কংগ্ৰেছে বর্ধিত সংখ্যাগৰিষ্ঠতাৰে কেন্দ্ৰত ক্ষমতা দখল কৰিছিল।

উত্তৰঃ

২। তলত দিয়াবোৰ মিলোৱাঃ 

(A) ছিণ্ডিকেট(a) এজন নিৰ্বাচিত প্ৰতিনিধিয়ে যি দলৰ টিকটত নিৰ্বাচিত সেই দল ত্যাগ কৰিছিল।
(B) দলত্যাগ(b) জনমতক আকৰ্ষিত কৰা এটা মুগ্ধকৰ বাক্য।
(C) জয়ধ্বনি(c) বিভিন্ন আদৰ্শৰ দলে একগোট হৈ কংগ্ৰেছ আৰু ইয়াৰ নীতিৰ প্ৰতিবাদ কৰা।
(D) কংগ্ৰেছবাদ বিৰোধী(d) কংগ্ৰেছৰ ভিতৰতে এটা শক্তিশলী আৰু প্ৰভাৱশালী নেতাৰ গোট।

৩। তলত দিয়া জয়ধ্বনীৰে তুমি কাক চিনাক্ত কৰিবা? 

( ক ) জয় জোৱান , জয় কিষাণ 

( খ ) ইন্দিৰা হটাও ( আঁতৰােৱা ) 

( গ ) গৰীৰি হটাও 

উত্তৰঃ

৪ । ১৯৭১ চনৰ বৃহৎ মৈত্রীবন্ধ ( চুক্তি ) ৰ তলৰ কোনটো বাক্য শুদ্ধ ? 

( ক ) অ – সাম্যবাদী আৰু অ – কংগ্ৰেছীয়ে গঠন কৰিছিল । 

( খ ) এখন স্বচ্ছ আৰু আদৰ্শৰ আঁচনি যুগুত আছিল । 

( গ ) সকলাে অ – কংগ্ৰেছী দলে গঠন কৰিছিল । উত্তৰঃ

৫। এটা ৰাজনৈতিক দলে আভ্যন্তৰীণ কন্দল কেনেদৰে মিত – মাত কৰা উচিত ? ইয়াৰ কিছুমান পৰামৰ্শ আছে । প্রত্যেকটোৰ কথা ভাবা আৰু প্ৰত্যেকটোৰ সুবিধা আৰু অসুবিধাৰ এখন তালিকা প্রস্তুত কৰা । 

উত্তৰঃ

৬। ১৯৬৭ চনৰ নিৰ্বাচনত তলত দিয়া কোনবােৰ কাৰণৰ বাবে কংগ্ৰেছে পৰাজয়বৰণ কৰিছিল ? তােমাৰ উত্তৰৰ সপক্ষে কাৰণ দর্শোৱাঃ

( ক ) কংগ্ৰেছ দলত মােহিনী শক্তিযুক্ত নেতাৰ অভাৱ । 

উত্তৰঃ

( খ ) কংগ্ৰেছ দলত বিভাজন । 

উত্তৰঃ

( গ ) আঞ্চলিক , জনগােষ্ঠীয় আৰু সাম্প্রদায়িক শক্তিৰ ক্রমবর্ধমান গতি । 

উত্তৰঃ

( ঘ ) অ – কংগ্ৰেছী দলবােৰৰ মাজত ক্রমবর্ধমান ঐক্য । 

উত্তৰঃ

( ঙ ) কংগ্ৰেছ দলৰ আভ্যন্তৰীণ মতভেদ । 

উত্তৰঃ

৭। ১৯৭০ চনৰ আদিভাগত ইন্দিৰা গান্ধী চৰকাৰৰ জনপ্রিয়তাৰ কাৰণবিলাক কি কি ? 

উত্তৰঃ

৮। ‘৬০ -ৰ দশকত কংগ্ৰেছ দলৰ পৰিপ্ৰেক্ষিতত ছিণ্ডিকেট শব্দই কি বুজায় ? কংগ্ৰেছ দলত চিণ্ডিকেটে কেনে ভূমিকা পালন কৰিছিল ? 

উত্তৰঃ

৯। কি কি কাৰণত ১৯৬৯ চনত কংগ্ৰেছ দল বিভাজিত হৈছিল ?

উত্তৰঃ

আৰ্হি প্ৰশ্নাৱলীৰচনাধর্মী প্রশ্ন ঃ

১। ভাৰতৰ দলীয় বাৱস্থাত দলত্যাগৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ

২। যি চৰকাৰ অস্থিৰ আৰু কলহপ্রিয় সেই চৰকাৰক ভােটদাতাসকলে শাস্তি প্রদান কৰে । জনতা দলৰ শাসনৰ আলম লৈ ব্যাখ্যা কৰা।

উত্তৰঃ

৩। ষাঠিৰ দশকক কিয় বিপদজনক বছৰ বুলি কোৱা হয় ? 

উত্তৰঃ

৪। ৰাজকীয় সুবিধাই কি বুজায় ? ১৯৭০ চনত ইন্দিৰা গান্ধীয়ে কিয় ইয়াক উঠাই দিয়াৰ ওপৰত গুৰুত্ব দিছিল ? 

উত্তৰঃ

৫। ১৯৬৭ চনৰ চতুর্থ সাধাৰণ নিৰ্বাচনৰ ফলাফল কি আছিল , আলােচনা কৰা ।

উত্তৰঃ

৬। “ আয়া ৰাম , গয়া ৰাম ” বাক্যাংশই কি ধাৰণাৰ তাৎপর্য বহন কৰিছে ? ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ইয়াৰ প্ৰভাৱ ব্যাখ্যা কৰা।উত্তৰঃ

৭। ১৯৬৭ চনত অনুষ্ঠিত সাধাৰণ নির্বাচনে ভাৰতীয় ৰাজনীতিৰ গতিশীলতা কেনেদৰে পৰিৱৰ্তন কৰিছিল ?

উত্তৰঃ

৮। ১৯৬৯ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে আলােচনা । 

উত্তৰঃ

৯। ১৯৭১ চনৰ নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছক পুনৰ সংস্থাপনত সহায় কৰিছিল । 

উত্তৰঃ

১০। কংগ্ৰেছৰ অৱনতিৰ কাৰণসমূহ আলােচনা কৰা ।

উত্তৰঃ

১১। ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ আধিপত্য প্রকৃতি সম্পর্কে বিশ্লেষণ কৰা ।

উত্তৰঃ

চমুটোকাঃ

১ । সংযুক্ত চৰকাৰ গঠন সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ

২। লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে কি জানা লিখা । 

উত্তৰঃ

৩।লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত ভাৰতত কোন প্রধানমন্ত্রী হৈছিল ? প্রধানমন্ত্রী পদৰ কাৰণে কোনাে প্রতিদ্বন্দ্বীতা হৈছিল নেকি ? 

উত্তৰঃ

৪। “ দলত্যাগ ” বাক্যষাৰ ব্যাখ্যা কৰা ।

উত্তৰঃ

৫। চতুর্থ সাধাৰণ নির্বাচনে কংগ্ৰেছক কেনেদৰে ধাক্কা ( Jolted ) মাৰিছিল ? 

উত্তৰঃ

৬। ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰা চাৰিখন ৰাজ্যৰ নাম লিখা । 

উত্তৰঃ

৭। ৰাজনৈতিক দলবােৰে সৃষ্টি কৰা জয়ধ্বনীৰ এখন তালিকা প্রস্তুত কৰা । 

উত্তৰঃ

৮। লাল বাহাদুৰ শাস্ত্রীৰ চমু প্রধান মন্ত্রীত্বৰ সময়ছােৱাত ভাৰতে ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ সন্মুখীন হােৱা দুটা প্রত্যাহ্বান উল্লেখ কৰা ।

উত্তৰঃ

৯। ১৯৬৭ চনৰ চতুর্থ সাধাৰণ নিৰ্বাচনৰ ফলাফলসমূহ কি আছিল ? চমুকৈ আলােচনা কৰা ।

উত্তৰঃ

অতি চমু প্রশ্ন : 

১। তলত দিয়া বাক্যাংশৰ লগত আমি কাক চিনাক্ত কৰিব পাৰাে ? 

( ক ) জয় জোৱান , জয় কিষাণ 

( খ ) ইন্দিৰা হটাও 

( গ ) গৰিবী হটাও 

উত্তৰঃ

২ | তলত দিয়া কোনবােৰ বাক্য ১৯৭১ চনৰ বৃহৎ সন্মিলনৰ ক্ষেত্ৰত শুদ্ধ ? 

( ক ) বৃহৎ সন্মিলন গঠন হৈছিল অ – সাম্যবাদী আৰু অ – কংগ্ৰেছী দলবােৰৰ দ্বাৰা । 

উত্তৰঃ

( খ ) বৃহৎ সন্মিলন গঠন হৈছিল যিবিলাকৰ স্বচ্ছ , আৰু আদৰ্শৰ আঁচনি আছিল ।

উত্তৰঃ

( গ ) বৃহৎ সন্মিলন গঠন হৈছিল সকলাে অ – কংগ্ৰেছী দলেৰে । 

উত্তৰঃ

৩। ইন্দিৰা গান্ধী চৰকাৰৰ সমাজবাদী নীতি ।

উত্তৰঃ

৪ । কংগ্ৰেছ দলত চিণ্ডিকেটৰ ভূমিকা । 

উত্তৰঃ

৫। ইন্দিৰা গান্ধী সম্পর্কে চমুকৈ লিখ ।

উত্তৰঃ

৬। ৰাম মনােহৰ লােহিয়া কোন আছিল ? চমু আভাস দিয়া । 

উত্তৰঃ

৭। ১৯৬৯ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ চমু বর্ণনা কৰা । 

উত্তৰঃ

৮। কোন বছৰত “ আয়া ৰাম , গয়া ৰাম ” কথাষাৰ উল্লেখ কৰা হৈছিল? 

উত্তৰঃ

৯। কোনজন ব্যক্তিয়ে “ আয়া ৰাম , গয়া ৰাম ” কথাষাৰ কৈছিল ? 

উত্তৰঃ

১০। তলত দিয়া জয়ধ্বনি দুটাৰ সৃষ্টিকর্তা কোন ?

( ক ) “ জয় জোৱান , জয় কিষাণ ” ( খ ) “ গৰিবী হটাও ” 

উত্তৰঃ

১১। লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্রধানমন্ত্রীত্বৰ কালত কোন দুটা সমস্যাৰ সমুখীন হৈছিল ? 

উত্তৰঃ

১২। দলত্যাগৰ অর্থ কি ? 

উত্তৰঃ

বস্তুনিষ্ঠ প্রশ্নাৱলী

১। জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল ? 

উত্তৰঃ

২। পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু কেতিয়া হৈছিল ? 

উত্তৰঃ
৩। লােকসভাৰ ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল ? 

উত্তৰঃ
৪। ১৯৬৭ চনৰ লােকসভা নির্বাচন প্রধান বিৰােধী দলটোৰ নাম কি ? 

উত্তৰঃ
৫। চতুর্থ সাধাৰণ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ
৬। লাল বাহাদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল ?

উত্তৰঃ 

৭। ১৯৬৯ চনৰ ৰাষ্ট্রপতি নির্বাচনত ইন্দিৰা গান্ধীয়ে কোনজন প্রার্থীক সমর্থন কৰিছিল ? 

উত্তৰঃ

শুদ্ধ উত্তৰ বাছি উলিওৱা ঃ

১।কোন কংগ্ৰেছ সাম্যবাদী দলৰ প্ৰতিষ্ঠাপক ? 

(ক) চি. নটৰাজন আন্নাদূৰাই (খ) কে. কামৰাজ (গ) ৰাম মমনোহৰ লেহিয়া (ঘ) নিজলিংগপা

উত্তৰঃ

২। সংযুক্ত চৰকাৰৰ যুগ আৰম্ভ হৈছিল— 

( ক ) ১৯৭১ চনত ( খ ) ১৯৬৭ চনত ( গ ) ১৯৪৯ চনত ( ঘ ) ১৯৬৯ চনত 

উত্তৰঃ

৩। ছিণ্ডিকেটৰ নেতা কোন আছিল ? 

( ক ) কে . কামৰাজ ( খ ) এন . সঞ্জীৱা ৰেড্ডি । ( গ ) এচ , কে , পাটিল । ( ঘ ) ওপৰৰ আটাইকেইজন 

উত্তৰঃ

৪। ১৯৭১ চনৰ লােকসভা নির্বাচনত ইন্দিৰা গান্ধী কংগ্ৰেছে লাভ কৰিছিল— 

( ক ) ৪০৩ খন আসন ( খ ) ৩৭৫ খন আসন ( গ ) ২৫০ খন আসন । ( ঘ ) ৩৫২ খন আসন । 

উত্তৰঃ

৫।১৯৬৭ চনৰ চতুর্থ সাধাৰণ নির্বাচনে ভাৰতৰ ৰাজনৈতিক আৰু নির্বাচনী ইতিহাসত পৰিবৰ্তন আনিছিল । ( সত্য নে অসত্য লিখা )

উত্তৰঃ