ক’ত ক’ত শক্তিপীঠৰ জন্মৰ বিষয়ে পৃথক বিৱৰণ দিছে?

উত্তৰঃ- কালিকা পুৰাণ, দেৱীপুৰাণ, মাৰ্কাণ্ডেৱ পুৰাণ আৰু যোগিনীতন্ত্ৰত শক্তিপীঠৰ জন্মৰ বিষয়ে পৃথক বিৱৰণ দিছে।