ক’ত কামৰূপ আৰু মগধৰ মাজত বাণিজ্যিক পথৰ বৰ্ণনা আছে?

উত্তৰঃ অৰ্থশাস্ত্ৰত কামৰূপ আৰু মগধৰ মাজত বাণিজ্যিক পথৰ বৰ্ণনা আছে।