ক’ত ভূখণ্ডৰ কেতবোৰ প্ৰাচীন নৱপ্ৰস্তৰ যুগৰ বসতিৰ অৱশেষ পোৱা গৈছে ?

উত্তৰঃ উত্তৰ মেছোপটেমিয়াৰ ভূখণ্ডৰ কেতবোৰ প্ৰাচীন নৱপ্ৰস্তৰ যুগৰ বসতিৰ অৱশেষ পোৱা গৈছে ।